সমললৈ যাওক

পোলেণ্ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
101 নং শাৰী: 101 নং শাৰী:
[[শ্ৰেণী:পোলেণ্ড]]
[[শ্ৰেণী:পোলেণ্ড]]
[[শ্ৰেণী:ইউৰোপৰ দেশ]]
[[শ্ৰেণী:ইউৰোপৰ দেশ]]
[[শ্ৰেণী:ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ]]

17:30, 28 April 2022 অনুযায়ী বৰ্তমান সংস্কৰণ

Rzeczpospolita Polska
ৰাষ্ট্ৰীয় সঙ্গীত
Mazurek Dąbrowskiego
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
পোলেণ্ড-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৱাৰ্ছ'
52°14′N 21°1′E / 52.233°N 21.017°E / 52.233; 21.017
ৰাষ্ট্ৰভাষা (সমূহ) প'লিছ
সময় অঞ্চল (ইউটিচি+1)
গাড়ী চলোৱা হয় right

পোলেণ্ড মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ।[1] এই দেশৰ ৰাজধানী ৱাৰ্ছ'। পোলেণ্ডৰ পশ্চিমে জাৰ্মানী, দক্ষিণে চেক গণৰাজ্য আৰু শ্ল'ভাকিয়া, পূবে ইউক্ৰেন আৰু বেলাৰুছ, আনহাতে উত্তৰে বাল্টিক সাগৰ, লিথুৱানিয়া আৰু ৰাছিয়া অৱস্থিত। বাল্টিক সাগৰ পোলেণ্ডৰ সৈতে ডেনমাৰ্কৰ জলসীমান্তত অৱস্থিত। পোলেণ্ড ২০০৪ চনৰ ১মে' তাৰিখে ইউৰোপিয়ান ইউনিয়নৰ সদস্য হয়।

প্ৰায় ১০০০ বছৰৰ আগতে পিয়াষ্ট ৰাজবংশৰ অধীনস্থ ৰাজ্য ৰূপে পোলেণ্ড সৰ্বপ্ৰথম গঠিত হয়। ষোল্লশ শতিকাৰ শেষভাগক পোলেণ্ডৰ স্বৰ্ণযুগ আখ্যা দিয়া হয়, যেতিয়া জাগিয়েলনীয় ৰাজবংশৰ অধীনত পোলেণ্ড ইউৰোপৰ সকলোতকৈ বৃহৎ, সমৃদ্ধ আৰু প্ৰভাৱশালী ৰাষ্ট্ৰ ৰূপে পৰিগণিত হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Johnson, Lonnie R. (1996). Central Europe: enemies, neighbors, friends. Oxford University Press. https://books.google.com/books?id=e_m13Hk3AFEC&pg=PA3&hl=pl&source=gbs_toc_r&cad=3#v=onepage&q&f=false.