সমললৈ যাওক

বেটুপাত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
1 নং শাৰী: 1 নং শাৰী:
__NOHEADING__
<!-- BANNER ACROSS TOP OF PAGE -->
<!-- BANNER ACROSS TOP OF PAGE -->
{| id="mp-topbanner" style="width:100%; background:#f9f9f9; margin:1.2em 0 6px 0; border:1px solid #ddd;"
{| id="mp-topbanner" style="width:100%; background:#f9f9f9; margin:1.2em 0 6px 0; border:1px solid #ddd;"

09:24, 29 October 2011ৰ সংস্কৰণ

অসমীয়া ৱিকিপিডিয়া

সকলোৱে সম্পাদনা কৰিব পৰা ৱিকিপিডিয়াঅসমীয়া সংস্কৰণলৈ স্বাগতম। ইয়াত বৰ্তমান 13,542 টা প্ৰৱন্ধ আছে।

সহায়

  • আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “সন্ধান বাকচ”টোত (Input box) লিখি সন্ধান (search) কৰিব পাৰে।
  • নতুন সদস্যই একাউণ্ট (account) খুলিবলৈ ইয়াত ক্লিক কৰক
  • ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ (log in) কৰিবলৈ ইয়াত ক্লিক কৰক
  • যদি হাতে-কামে পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে ইয়াত (Sandbox/পৰীক্ষাগাৰ) ক্লিক কৰক
  • ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? সহায়ৰ বাবে ইয়াত ক্লিক কৰক
  • কোনো নিৰ্দিষ্ট বিষয়তহে লিখিব? তেন্তে ৱিকিপ্ৰকল্পসমূহ আছে। ৱিকিপ্ৰকল্প (wikiproject(ইং)) হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰাৰ ওপৰত মনোনিৱেশ কৰে। আপোনাৰ প্ৰকল্পটো নাই যদি এই পৃষ্ঠাত তালিকাভুক্ত কৰি এখন ৱিকিপ্ৰকল্প পৃষ্ঠা খুলি লওক আৰু সমভাবাপন্ন সম্পাদক/লিখক সকলক আমন্ত্ৰণ কৰি সেই প্ৰকল্প (project) আৰম্ভ কৰি দিয়ক।
  • অনলাইন সহায়ো (IRC chat) আছে। কেনেকৈ পাব জানিবলৈ ইয়াত ক্লিক কৰক
  • ভাৰতীয় ৱিকি সমাজ

পৰিচিতি

"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

বৰ্ণানুক্ৰমিক সূচী

বিষয় সূচী

অসম
ভাৰত
মানৱ বিজ্ঞান মানৱ বিজ্ঞান
সাহিত্য আৰু সংস্কৃতি সাহিত্য আৰু সংস্কৃতি
দেশ-বিদেশ দেশ-বিদেশ
মনোৰঞ্জন মনোৰঞ্জন
বিজ্ঞান
ৱিকিপিডিয়া

ৱিকিপিডিয়াৰ ভগ্নী প্রকল্পসমূহ

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
  1. REDIRECT সাঁচ:বেটুপাতৰ আন্তঃৱিকি সংযোগসমূহ