বেটুপাত
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ৩,১৪৭ টা লেখা আৰু ৬০৭ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
|
এই মাহৰ নিৰ্বাচিত লেখা
জ্ঞান-মালিনী
লেখক : মফিজুদ্দিন আহমদ হাজৰিকা (১৯৫৯)
সাৱধান! সাৱধান! দেখিলে সি লীলা,
ভোল-গই তিলেকতে হ'বি পাছে শিলা!
পাহৰিবি হাট্-বাট্ লগ-লগৰুৱা,
ততচুৰ্তি হেৰুৱাবি লাগি হুৱাদুৱা!
যিবা কথা বান্ধিছিলি আহিবৰ কালে,
সি কথাকো পাহৰিবি লীলা-ৰূপ চালে।
পাহৰিবি নৰকৰ শাস্তি ভয়ঙ্কৰ,
আৰু, সেই মন-লোভা পুৰী বৈকুণ্ঠৰ;
সি মহা প্ৰলয়-কাল, চুলি যেন সাঁকো
লীলা-ওমলাত পৰি পাহৰিবি তাকো।
এই মাহৰ সহযোগিতামূলক কাম
এই মাহৰ সহযোগিতামূলক কাম:
- চিকাৰ কাহিনী (তৰুণৰাম ফুকন) - সম্পূৰ্ণ
- কুলি (অজ্ঞাত) - সম্পূৰ্ণ
- বিহুগীত (বুলন চিৰিং) - মুদ্ৰণ সংশোধন বাকী আছে
- গুৰুদক্ষিণা (দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
- অসমৰ বুৰঞ্জী (পদ্মনাথ গোহাঞি বৰুৱা) - মুদ্ৰণ সংশোধন বাকী আছে
অসমীয়া ৱিকিউৎসৰ পৰিসংখ্যা
- পৃষ্ঠা: নামস্থানৰ পৰিসংখ্যা
- পাঠ্য নথকা = ১,২৫৫টা
- সমস্যাজৰ্জৰ = ২৮৪টা
- মুদ্ৰণ সংশোধন কৰা হোৱা নাই = ১৭,৮৮৪টা
- মুদ্ৰণ সংশোধন কৰা হৈছে = ৩,২৬৯টা
- বৈধকৰণ হৈছে = ২২,৪৬১টা
- মুঠ পৃষ্ঠাৰ সংখ্যা = ৪৫,১৫৩টা
নতুন লেখাসমূহ
- কুলি (উপন্যাস) (লেখক: অজ্ঞাত, ১৯৫০)
- চিকাৰ কাহিনী (লেখক: তৰুণৰাম ফুকন)
- বহল ব্যাকৰণ (লেখক: সত্যনাথ বৰা, ১৯২৬)
- ৰণ্ জেউতি (অনুবাদক: ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, ১৯৫০)
- মুক্তাৱলী (অনুবাদক: চন্দ্ৰধৰ বৰুৱা, ১৯৫৭)
- তাঁতিৰ জুনা (পৰম্পৰাগত)
- অঞ্জলি (লেখক:দুৰ্গেশ্বৰ শৰ্মা, ১৯৪৮)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
মেটা-ৱিকি ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
ৱিকিপিডিয়া মুক্ত বিশ্বকোষ |
ৱিকি-অভিধান অভিধান আৰু সমাৰ্থক শব্দকোষ |
ৱিকিগ্ৰন্থ মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
কমন্স অংশীদাৰী মিডিয়া ভঁৰাল |
ৱিকিউদ্ধৃতি উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
ৱিকিপ্ৰজাতি জীৱপ্ৰজাতি নিৰ্দেশিকা |
ৱিকিসংবাদ মুক্ত উৎসৰ বাতৰি |
ৱিকিবিশ্ববিদ্যালয় মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |