২৫ মাৰ্চ (ইংৰাজী : 25 March ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ৮৪তম (অধিবৰ্ষ ত ৮৫তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮১টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৮৬২ - মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথম কাগজৰ মুদ্ৰা প্ৰচলন হয়।
১৮৯৬ - আধুনিক অলিম্পিক ক্ৰীড়াৰ প্ৰথম স্বৰ্ণপদক প্ৰদান কৰা হয়।
১৮৬৭ - ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ , জাৰ্মান ৰসায়ন বিজ্ঞানী। (জন্ম: ৮ ফেব্ৰুৱাৰী , ১৭৯৪)
১৮৯৪ - গুণাভিৰাম বৰুৱা , অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। (জন্ম: ১৮৩৭)
১৯৪০ - ৰজনীকান্ত বৰদলৈ , অসমীয়া সাহিত্যক। উপন্যাস সম্ৰাট হিচাপে প্ৰসিদ্ধ। (জন্ম: ২৪ নৱেম্বৰ ১৮৬৭)
১৯৫৫ - মোহিনী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৯৭৫ - দিভা জিভাৰাটিনাম, ভাৰতীয় ৰাজনীতিবিদ।
২০১৪ - নন্দা কৰ্ণাটকী , ভাৰতীয় অভিনেত্ৰী। (জন্ম: ৮ জানুৱাৰী , ১৯৩৯)
২০১৫ - ইন্দ্ৰ বণিয়া , অসমীয়া অভিনেতা। (জন্ম: ২৪ ডিচেম্বৰ , ১৯৪২)