২১ মাৰ্চ
অৱয়ব
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২৫ |
২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
- ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
- ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
- ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
- ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৬৮৫ - জোহান চেবাষ্টিয়ান বাক, জাৰ্মান সাহিত্যিক।
- ১৯০২ - মহীচন্দ্ৰ মিৰি, অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক।
- ১৯০৫ - কুশল কোঁৱৰ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।[1] (মৃত্যু: ১৫ জুন, ১৯৪৩)
- ১৯১৬ - বিছমিল্লাহ খান, চেহনাই বাদক। (মৃত্যু: ২১ আগষ্ট, ২০০৬)
- ১৯৩৪ - বুটা সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৩৮ - তিলোত্তমা বৰুৱা, অসমীয়া শিক্ষাবিদ।
- ১৯৭৮ - ৰাণী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৮৪ - এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
- ২০০৩ - শিৱানী, ভাৰতীয় সাহিত্যিক।
ছুটি আৰু অন্যান্য
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ বৰা, সোনেশ্বৰ. শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০২.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-03-01 at the Wayback Machine
|