ৱ
অৱয়ব
ৱ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ৱ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'ৱ'ৰ লগত যোগ হ'লে |
---|---|
অ | ৱ |
আ | ৱা |
ই | ৱি |
ঈ | ৱী |
উ | ৱু |
ঊ | ৱূ |
ঋ | ৱৃ |
এ | ৱে |
ঐ | ৱৈ |
ও | ৱো |
ঔ | ৱৌ |
'ৱ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ৱাল্ট
- ৱাহিদা
- ৱাশ্বিংটন
- ৱিকিপিডিয়া
- ৱেবছাইট
'ৱ'যুক্ত শব্দ
[সম্পাদনা কৰক]- কৱচ
- কাৱৈ
- কুঁৱৰী
- কেৱল
- গাঁৱলীয়া
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ