য়
অৱয়ব
য় |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
য় অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]স্বৰবৰ্ণ | 'য়'ৰ লগত যোগ হ'লে |
---|---|
অ | য় |
আ | য়া |
ই | য়ি |
ঈ | য়ী |
উ | য়ু |
ঊ | য়ূ |
ঋ | য়ৃ |
এ | য়ে |
ঐ | য়ৈ |
ও | য়ো |
ঔ | য়ৌ |
'য়'যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- বয়স
- লয়
- ভয়
- জয়
- ৰয়নী
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ