সমললৈ যাওক

২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ষ ছবি পৰিচালক সংগীত পৰিচালক মুক্তিৰ তাৰিখ টোকা
২০০০ যুগান্তৰৰ তেজাল পুৱা জন্‌ছ মহলীয়া
হিয়া দিয়া নিয়া মুনিন বৰুৱা
মৎস্যগন্ধা সঞ্জীৱ হাজৰিকা
মৃত্যুহীন জীৱন আনোৱাৰ হুছেইন
নিষিদ্ধ নদী বিদ্যুৎ চক্ৰৱৰ্তী শ্বেৰ চৌধুৰী ১৮ ফেব্ৰুৱাৰী, ২০০০ শ্ৰেষ্ঠ ছবিৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০৫[1]
তুমি মোৰ মাথোঁ মোৰ জুবিন গাৰ্গ জুবিন গাৰ্গ
অহংকাৰ প্ৰদীপ হাজৰিকা
ভূমিপুত্ৰ জয়ন্ত দাস
জোন জ্বলে কপালত মুন্না আহমেদ
পখী জাহ্নু বৰুৱা ৱাই. এছ. মূল্কী ৭ এপ্ৰিল, ২০০০ ৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা[2]
২০০১ দাগ মুনিন বৰুৱা জুবিন গাৰ্গ
নায়ক মুনিন বৰুৱা জুবিন গাৰ্গ
গৰম বতাহ ব্ৰজেন বৰা
এই মৰম তোমাৰ বাবে তৌফিক ৰহমান
২০০২ কন্যাদান মুনিন বৰুৱা জুবিন গাৰ্গ
আই লাভ ইউ অশোক কুমাৰ বিষয়া
অন্য এক যাত্ৰা মঞ্জু বৰা
আছেনে কোনোবা হিয়াত বাহাৰুল ইছলাম
শেষ উপহাৰ গোপাল বৰঠাকুৰ
সেউজী ধৰণী ধুনীয়া ৰাজীৱ ভট্টাচাৰ্য
কইনা মোৰ ধুনীয়া সুমন হৰিপ্ৰিয়া
বিস্ফোৰণ কন্দৰ্প শইকীয়া
এই মৰম তোমাৰ বাবে তৌফিক ৰহমান
গুণ গুণ গানে গানে বিদ্যুৎ চক্ৰৱৰ্তী
মন বাণী দাস
জখম মুন্না আহমেদ
জীৱন নদীৰ দুটি পাৰ মুন্না আহমেদ
ককাদেউতাৰ ঘৰজোঁৱাই সুমন হৰিপ্ৰিয়া
ইমান মৰম কিয় লাগে অলক নাথ
জোনাকী মন জীৱৰাজ বৰ্মন
প্ৰেম আৰু প্ৰেম শম্ভু গুপ্তা
তুমিয়ৈ মোৰ কল্পনা বিপুল কুমাৰ বৰুৱা
প্ৰিয়া অ' প্ৰিয়া অঞ্জন কলিতা
ত্যাগ (চলচ্চিত্ৰ) নাৰায়ণ শীল
মৰমী হ'বানে লগৰী ইছা খান
মিঠা মিঠা লগনত অচ্যুত কুমাৰ ভাগৱতী
পানৈ-জংকি দিলীপ দলে, নাৰায়ণ শীল
প্ৰেম গীত আশিস শইকীয়া
শ্বাংগালি (বড়ো ভাষাৰ ছবি) খনিন্দ্ৰ বড়ো
২০০৩ প্ৰেম ভৰা চকুলো প্ৰবীণ বৰা
কণিকাৰ ৰামধেনু জাহ্নু বৰুৱা ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
পত্নী পুলক গগৈ
তৰা জাহ্নু বৰুৱা ৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ শিশু ছবিৰ বঁটা[3]
বিধাতা মুনিন বৰুৱা
হিটলিষ্ট দীনেশ গগৈ
সত্যম শিৱম সুন্দৰম ব্ৰজেন বৰা
মা পদ্ম কৈৰী
আকাশীতৰাৰ কথাৰে মঞ্জু বৰা ৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা[3]
প্ৰিয়া মিলন মুন্না আহমেদ
এয়েই জোনাকবিহীন জীৱন মুন্না আহমেদ
বন্ধন তৌফিক ৰহমান
ৰংবিন গৌতম চেটাৰ্জী
অৰ্পণ কৃষ্ণ ফুকন
অগ্নিসাক্ষী যদুমণি দত্ত
সৰু বোৱাৰী চক্ৰধৰ ডেকা
হেঁপাহ শংকৰ বৰুৱা
জুমন-সুমন মহিবুল হক
এটি কলি দুটি পাত নয়নমণি বৰুৱা
২০০৪ বাৰুদ মুনিন বৰুৱা
হৃদয় কঁপোৱা গান জয়ন্ত নাথ ১৬ জানুৱাৰী ২০০৪
দীনবন্ধু মুনিন বৰুৱা ৫২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
অনুৰাগ বিদ্যুৎ চক্ৰৱৰ্তী
মনত বিৰিণাৰ জুই অশোক কুমাৰ বিষয়া
লাজ মঞ্জু বৰা ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
মা তুমি অনন্যা মুন্না আহমেদ
জুয়ে পোৰা সোণ সঞ্জীৱ সভাপণ্ডিত ৫১তম (২০০৪) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰ্যাৱৰণ সংৰক্ষণ/ পৰিৰক্ষণ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটী[3]
হৃদয় কপোঁৱা গান জয়ন্ত নাথ
চক্ৰব্যূহ প্ৰাঞ্জল শইকীয়া
ৰংমন অমল বৰুৱা
মায়া ৰাজেশ ভূঞা, পৱিত্ৰ মাৰ্ঘেৰিটা
২০০৫ অন্তহীন যাত্ৰা মুন্না আহমেদ
কদমতলে কৃষ্ণ নাচে সুমন হৰিপ্ৰিয়া ৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
দি ছিক্সথ ডে অৱ ক্ৰিয়েচন দীপা ভট্টচাৰ্য
চেনাই মোৰ ঢুলীয়া চন্দ্ৰ মুদৈ
সোণৰ খাৰু নালাগে মোক ৰজনী বৰ্মন
জীৱন তৃষ্ণা অৰূপ মান্না
হিয়াৰ দাপোনত তোমাৰেই ছবি শিৱানন বৰুৱা
চুৰেণ চোৰৰ পুতেক চন্দ্ৰ মুদৈ
২০০৬ জয়মতী মঞ্জু বৰা ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত
অহিৰ ভৈৰৱ শিৱপ্ৰসাদ ঠাকুৰ
অঘৰী আত্মা মুন্না আহমেদ
আমি অসমীয়া ৰাজীৱ ভট্টাচাৰ্য
জাতিংগা ইত্যাদি সঞ্জীৱ সভাপণ্ডিত
অধিনায়ক যতীন বৰা
স্নেহবন্ধন দেৱজিত অধিকাৰী
২০০৭ আইদেউ অৰূপ মান্না ৫৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
জোনদা ইমান গুণ্ডা চন্দ্ৰ মুদৈ ড: হিতেশ বৰুৱা
নীলকণ্ঠ ৰজনী বৰ্মন
২০০৮ ধন কুবেৰৰ ধন ধীৰাজ দাস কাশ্যপ
আজান ফকীৰ চাহেব বাণী কলিতা দ্বিজেন কোঁৱৰ, হাফিজা বেগম চৌধুৰী, তুলিকা লহকৰ ২৫ এপ্ৰিল
মন যায় এম মণিৰাম জুবিন গাৰ্গ ১২ ছেপ্তেম্বৰ ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
২০০৯ জীৱন বাটৰ লগৰী তিম'থি দাস হান্সে
আই ক'ত নাই মঞ্জু বৰা আইজাক থমাচ কট্টুকাপল্লী ১২ ছেপ্তেম্বৰ ৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰীয় ঐক্যৰ শ্ৰেষ্ঠ ছবিৰ 'নাৰ্গিছ দত্ত বঁটা'[4]
ধুনীয়া তিৰোতাবোৰ প্ৰদ্যুৎ কুমাৰ ডেকা
অ' মোৰ মনে তৰা হেমন্ত কলিতা

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  • উৎপলেন্দু কাশ্যপ, অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ, বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী), ১ এপ্ৰিল, ২০১২ সংখ্যা
  1. "Feature Film Productions and Co -Productions". Cultural Affairs, Govt. of Assam. https://www.assamassociationmumbai.org/Default.aspx?id=6। আহৰণ কৰা হৈছে: 7 October 2022. 
  2. "পখী (চলচ্চিত্ৰ)ৰ প্ল'ট". Jahnu Barua. ২০১১. Archived from the original on October 21, 2012. https://web.archive.org/web/20121021064006/http://www.jahnubarua.com/import/andtheriverflows.html। আহৰণ কৰা হৈছে: October 13, 2012. 
  3. 3.0 3.1 3.2 "51st National Film Awards". Directorate of Film Festival, Govt. of India. পৃষ্ঠাসমূহ: 24, 64, 148, 22, 156. http://dff.nic.in/images/Documents/66_51stNfacatalogue.pdf। আহৰণ কৰা হৈছে: 9 July 2020. 
  4. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. 


  • ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা