সমললৈ যাওক

সৰুপথাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰুপথাৰ
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা গোলাঘাট
কালি
 • মুঠ
3.8 km2 (1.5 sq mi)
জনসংখ্যা
 (2004)
 • মুঠ
10,337
 • ঘনত্ব 2,700/km2 (7,000/sq mi)
Sub-division = Dhansiri

সৰুপথাৰ (ইংৰাজী: Sarupathar) অসমগোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

জনসংখ্যা

[সম্পাদনা কৰক]

২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি,[1] সৰুপথাৰৰ জনসংখ্যা ৯৮২৭ গৰাকী৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ সৰুপথাৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%; ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪% আৰু ৭৭% ৷ মুঠ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷

সৰুপথাৰৰ গৰিষ্ঠসংখ্যক লোকেই হিন্দু ধৰ্মাৱলম্বী যদিও মুছলমান, বৌদ্ধ, খ্ৰীষ্টান লোকো আছে৷

ৰাজনীতি

[সম্পাদনা কৰক]

সৰুপথাৰ অঞ্চলটো কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [2]

মহাবিদ্যালয়

[সম্পাদনা কৰক]
  • সৰুপথাৰ মহাবিদ্যালয়

বিদ্যালয়

[সম্পাদনা কৰক]
  • সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়

তথ্যসূত্ৰ

[সম্পাদনা কৰক]