সমললৈ যাওক

স্পেনীয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia স্পেনীয় ৱিকিপিডিয়া
soft2i
ইউ আৰ এল es.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা স্প্যানিশ es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

স্পেনীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ স্প্যানিশ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৯,৬৪,০৭৩টা প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনৰ স্পেনীয় ৱিকিপিডিয়া'ৰ ১৯,৬৪,০৭৩টা প্ৰবন্ধ, ৭১,৮০,০০০ সম্পাদক, ৫৬ প্ৰশাসক আৰু ০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১৬,০৬,৩৬,৮৮৭টা।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্পেনীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]