সদস্য বাৰ্তা:-chanakyakdas
2023 WAM Message to Organizers
[সম্পাদনা কৰক]
The 2023 Wikipedia Asian Month (WAM) Campaign has ended. On behalf of the WAM International Team, we express our gratitude for your effort and participation.
We are writing to remind you to begin the jury process. Some WAM Campaigns ended earlier, and have already finished auditing and reviewing contributions.
Please suggest all campaigns to complete the following before January 31th, 2024:
1. Finalize their list
2. Report the username of your Wikipedia Asian Ambassador, the participant who has the most edit in your campaign
3. Update a list of all eligible editors on the 2023 WAM Ambassadors page, list of eligible editors column
We look forward to your updates.
Thanks so much!
WAM International Team
নীৰৱ-চালক পদক
[সম্পাদনা কৰক]নীৰৱ-চালক পদক | ||
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগতে অন্যান্য ৱিকিপ্ৰকল্পসমূহৰ বাবে প্ৰয়োজন হোৱা উচ্চ প্ৰযুক্তিগত সকলো দিশ লক্ষ্য কৰি তাৰ যথোপযুক্ত কৰণীয় কাৰ্য সম্পাদন কৰি আপুনি সদায়ে নীৰৱে অসমীয়া ৱিকিমিডিয়ালৈ অৱদান আগবঢ়াই আহিছে৷ হে সতীৰ্থ, আপোনাৰ শলাগ লোৱাৰ কোনো উপাই নেপাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ, এই সামান্য পদকটি আপোনালৈ আগবঢ়ালোঁ৷ আগলৈয়ো নিশ্চিতভাৱে আপোনাৰ সক্ৰিয়তা কামনা কৰিলোঁ৷ -Pranamikaadhikary (বাৰ্তা) 16:44, 28 July 2024 (ইউ.টি.চি.) |
- @Pranamikaadhikary: ধন্যবাদ। — চাণক্য (বাৰ্তা) 02:07, 29 July 2024 (ইউ.টি.চি.)
Join the Wikipedia Asian Month Campaign 2024
[সম্পাদনা কৰক]Dear 2022 & 2023 WAM Organizers,
Greetings from Wikipedia Asian Month User Group!
The Wikipedia Asian Month Campaign 2024 is just around the corner. We invite you to register your language for the event on the "Join an event" page and once again become an organizer for your language's Wikipedia. Additionally, this year we have selected ambassadors for various regions in Asia. If you encounter any issues and need support, feel free to reach out to the ambassador responsible for your area or contact me for further communication. We look forward to seeing you again this year. Thank you!
Betty2407 (talk) 11:00, 20 October 2024 (UTC) on behalf of Wikipedia Asian Month 2024 Team
You received this message because you was an organizer in the previous campaigns.
- Unsubscribe
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ৰ আয়োজক পদক
[সম্পাদনা কৰক]আয়োজক পদক | ||
প্ৰিয় চাণক্য,
শেহতীয়াকৈ ৱিকিপিডিয়াত অনুষ্ঠিত এছিয়ান মাহ ২০২৪ সম্পাদনা মেলাখন সুচলভাৱে চলাই নিয়াত তুমি সৰ্বতোপ্ৰকাৰে যি সহায় আগবঢ়ালা, সেয়া কেৱল প্ৰশংসাযোগ্যই নহয়, অনুকৰণীয়ও। আগন্তুক সময়তো তোমাৰপৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি কৃতজ্ঞতাৰে তোমালৈ আগবঢ়ালোঁ। ইতিবাচক হৈ থাকা। নৱবৰ্ষত তোমাৰ সকলো মনোকাংক্ষা পূৰ হওক। আন্তৰিক মৰম যাচিলোঁ। |
JyotiPN (বাৰ্তা) 18:02, 15 December 2024 (ইউ.টি.চি.)JyotiPN
- ধন্যবাদ বাইদেউ। — চাণক্য (বাৰ্তা) 03:01, 16 December 2024 (ইউ.টি.চি.)