সমললৈ যাওক

মানৱ সংক্ৰামক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মানৱ সংক্ৰামক (ইংৰাজী: Human pathogens) হ'ল মানৱ শৰীৰত ৰোগ সৃষ্টি কৰা সংক্ৰামক। সংক্ৰামকসমূহ বেক্টেৰিয়া, ভাইৰাছ, প্ৰ'টজৱা হব পাৰে যি মানৱ শৰীৰত ৰোগৰ সৃষ্টি কৰে। Pathogen সমূহ বিভিন্ন প্ৰকাৰে শৰীৰত সোমাই শৰীৰৰ লোকচান কৰিব পাৰে। বিশেষকৈ ই শৰীৰত সোমাই শৰীৰৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লব পাৰে যিদৰে পাকস্থলীৰ ভিতৰত বিভিন্ন এনজাইম সমূহৰ প্ৰভাৱটো জীয়াই থাকিব পাৰে।

Salmonella typhi নামৰ সংক্ৰামক বেক্টেৰিয়া বিধৰ ফলত মানুহৰ মাজত typhiod হয়। এই pathogen বিধ সাধাৰণতে small intestine য়েদি সংক্ৰমিত খাদ্য বা পানীৰ দ্বাৰা শৰীৰত সোমাই আৰু তেজৰ দ্বাৰা সমগ্ৰ শৰীৰত বিয়পি পৰে। ইয়াৰ ফলত ৩৯°ৰ পৰা ৪০° পৰ্যন্ত জ্বৰ, পেটবিষ,মূৰৰ বিষ আৰু অচেতনতা হব পাৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]