সমললৈ যাওক

পনিয়ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পনিয়ল
Fruits
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Salicaceae
গোত্ৰ: Flacourtieae
গণ: Flacourtia
প্ৰজাতি: F. jangomas
বৈজ্ঞানিক নাম
Flacourtia jangomas
(Lour.) Raeusch.
সমাৰ্থক

Flacourtia cataphracta Roxburgh ex Willdenow.

Flacourtia jangomas

পনিয়ল (ইংৰাজী: Flacourita jangomas) পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়।

পনিয়ল ফলটো সৰু গোলাকাৰ আকৃতিৰ হয়। গছজোপা কাঁইটীয়া আৰু জোপোহা। পাতবিলাক সৰু সৰু আৰু সেউজীয়া ৰঙৰ।

খাদ্যপ্ৰাণ

[সম্পাদনা কৰক]

খাদ্যপ্ৰাণ - প্ৰতি ১০০ গ্ৰামত[1]

প্ৰটিন ৩.৬৫ গ্ৰাম
খাদ্যপ্ৰাণ 'গ' ২১৭.৯৯ মিলিগ্ৰাম
কেলচিয়াম ১৭৫ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'ক' ২৫৪ মিলিগ্ৰাম
লৌহ পদাৰ্থ ২৫০ মিলিগ্ৰাম

ঔষধি গুণ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ডা:চাহজাহান বৰবৰা (জুন-জুলাই ২০০৬). "অসমীয়া ফল". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২১-২২. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]