আজান পীৰ বঁটা
অৱয়ব
আজান পীৰ বঁটা অসম চৰকাৰৰ তৰফৰ পৰা ২০০৪ চনত প্ৰবৰ্তন কৰা হৈছিল। ইয়াৰ পৰ্য্যায়ক্ৰমিক ব্যৱধান ২ বছৰ আৰু স্থিতি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ।[1]
বঁটা প্ৰাপকৰ তালিকা[1]
[সম্পাদনা কৰক]বৰ্ষ | বঁটা প্ৰাপকৰ নাম |
---|---|
২০০৪ | ৰেকিবুদ্দিন আহমেদ |
২০০৫ | হেম ভাই |
২০০৬ | তফজ্জুল আলী |
২০০৭ | ড° বীৰেন্দ্ৰ নাথ দত্ত |
২০০৮ | ইমৰান ছাহ |
২০১৫ | অৰুণ শৰ্মা |
২০২১ | ড° অমলেন্দু ভট্টাচাৰ্য |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "অসমৰ খ্যাতিমান ব্যক্তিসকলৰ পবিত্ৰ স্মৃতিত দিয়া পুৰস্কাৰ সমূহ". সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ. https://culturalaffairs.assam.gov.in/as/frontimpotentdata/%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%B8%E0%A7%8D%E0%A6%95%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: ২৫ জানুৱাৰী, ২০২২.