সমললৈ যাওক

ৰুছ ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
Favicon of Wikipedia ৰুছ ৱিকিপিডিয়া
soft2i
ইউ আৰ এল ru.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ৰুছ es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

ৰুছ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ৰুছ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 19,83,025 প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত ৰুছ ৱিকিপিডিয়াৰ ১৯,৮৩,০২৫টা প্ৰবন্ধ, ৩৫,৯০,০০০ গৰাকী সম্পাদক, ৬৮ গৰাকী প্ৰশাসক আৰু ২,৫১,৭৯৩টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ১৩,৭৯,১৭,৩২৪।[1]

বাহ্যিক সংযোগ

ৰুছ ৱিকিপিডিয়া

তথ্য সংগ্ৰহ