সমললৈ যাওক

মঙ্গোলিয় ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
Favicon of Wikipedia মঙ্গোলিয় ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL mn.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

মঙ্গোলিয় ৱিকিপিডিয়া (মঙ্গোলিয়: Монгол Википедиа) অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ মঙ্গোলিয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৪,৪৬৫ প্ৰবন্ধ আছে।

পৰিসংখ্যা

২০২৪ চনত মঙ্গোলিয় ৱিকিপিডিয়াৰ ২৪,৪৬৫ টা প্ৰবন্ধ, ৯৩,০০০ গৰাকী সম্পাদক, ৩ গৰাকী প্ৰশাসক আৰু ১,৩৩৫ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৯৪,৯৪৪।[1]

বাহ্যিক সংযোগ

মঙ্গোলিয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহ