বিশ্ব হিন্দু পৰিষদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
Rescuing 1 sources and tagging 0 as dead.) #IABot (v2.0.9.5 |
||
(3জন সদস্যই কৰা 5টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই) | |||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''বিশ্ব হিন্দু পৰিষদ''' ({{lang-en|Vishva Hindu Parishad}}) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।<ref>{{Cite journal|last=Jaffrelot|first=Christophe|last= Jaffrelot|date=2008-12-31|title=Hindu Nationalism and the (Not So Easy) Art of Being Outraged: The Ram Setu Controversy|url=http://journals.openedition.org/samaj/1372|journal=South Asia Multidisciplinary Academic Journal|language=en|issue=2|doi=10.4000/samaj.1372|issn=1960-6060|doi-access=free}}</ref>১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"। হিন্দু মন্দিৰ নিৰ্মাণ আৰু সংস্কাৰ, আৰু গৰু বধ ৰোধকৰণ আৰু ধৰ্মান্তৰকৰণৰ বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক স্থাপন কৰা হৈছিল। ই [[সংঘ পৰিয়াল]] গোটৰ সদস্য,<ref name="Jelen 2002">{{cite book |last1=Jelen |first1=Ted Gerard |url=https://books.google.com/books?id=6HFq0eyEK4QC&pg=PA344 |title=Religion and Politics in Comparative Perspective: The One, The Few, and The Many. |last2=Wilcox |first2=Clyde |date=2002 |publisher=Cambridge University Press. |isbn=978-0-521-65031-1 |page=253}}</ref><ref>{{cite web |author=DP Bhattacharya, ET Bureau |date=2014-08-04 |title=Communal skirmishes rising after Narendra Modi's departure from Gujarat - Economic Times |url=http://articles.economictimes.indiatimes.com/2014-08-04/news/52428512_1_vhp-leader-pravin-togadia-cow-slaughter |access-date=2014-08-14 |publisher=Articles.economictimes.indiatimes.com}}</ref> আৰু [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ|আৰ.এছ.এছৰ]] নেতৃত্বত হিন্দু জাতীয়তাবাদী সংগঠনৰ পৰিয়াল।<ref>{{cite web |title=Timeline of events, including formation of VHP |url=https://www.rss.org/Timeline.html |access-date=2021-04-01 |publisher=[[Rashtriya Swayamsevak Sangh|RSS]]}}</ref> |
'''বিশ্ব হিন্দু পৰিষদ''' ({{lang-en|Vishva Hindu Parishad}}) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।<ref>{{Cite journal|last=Jaffrelot|first=Christophe|last= Jaffrelot|date=2008-12-31|title=Hindu Nationalism and the (Not So Easy) Art of Being Outraged: The Ram Setu Controversy|url=http://journals.openedition.org/samaj/1372|journal=South Asia Multidisciplinary Academic Journal|language=en|issue=2|doi=10.4000/samaj.1372|issn=1960-6060|doi-access=free}}</ref>১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"। হিন্দু মন্দিৰ নিৰ্মাণ আৰু সংস্কাৰ, আৰু গৰু বধ ৰোধকৰণ আৰু ধৰ্মান্তৰকৰণৰ বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক স্থাপন কৰা হৈছিল। ই [[সংঘ পৰিয়াল]] গোটৰ সদস্য,<ref name="Jelen 2002">{{cite book |last1=Jelen |first1=Ted Gerard |url=https://books.google.com/books?id=6HFq0eyEK4QC&pg=PA344 |title=Religion and Politics in Comparative Perspective: The One, The Few, and The Many. |last2=Wilcox |first2=Clyde |date=2002 |publisher=Cambridge University Press. |isbn=978-0-521-65031-1 |page=253}}</ref><ref>{{cite web |author=DP Bhattacharya, ET Bureau |date=2014-08-04 |title=Communal skirmishes rising after Narendra Modi's departure from Gujarat - Economic Times |url=http://articles.economictimes.indiatimes.com/2014-08-04/news/52428512_1_vhp-leader-pravin-togadia-cow-slaughter |access-date=2014-08-14 |publisher=Articles.economictimes.indiatimes.com |archivedate=2014-08-14 |archiveurl=https://web.archive.org/web/20140814105715/http://articles.economictimes.indiatimes.com/2014-08-04/news/52428512_1_vhp-leader-pravin-togadia-cow-slaughter |deadurl=yes }}</ref> আৰু [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ|আৰ.এছ.এছৰ]] নেতৃত্বত হিন্দু জাতীয়তাবাদী সংগঠনৰ পৰিয়াল।<ref>{{cite web |title=Timeline of events, including formation of VHP |url=https://www.rss.org/Timeline.html |access-date=2021-04-01 |publisher=[[Rashtriya Swayamsevak Sangh|RSS]]}}</ref> |
||
==ইতিহাস== |
|||
১৯৬৪ চনত আৰ.এছ.এছৰ নেতাসকল ক্ৰমে [[w:en:M. S. Golwalkar|এম.এছ গোলৱালকাৰ]] আৰু [[w:en:S. S. Apte|এছ.এছ. আপ্তে]]য়ে হিন্দু আধ্যাত্মিক নেতা [[w:en:Chinmayananda Saraswati|চিন্ময়ানন্দ সৰস্বতী]]ৰ সহযোগত বিশ্ব হিন্দু পৰিষদ গঠন কৰে।{{sfn|Katju|2013|p=5}}<ref>{{cite journal | last1 = Kurien |first1 = Prema |author-link=Prema Kurien |title = Religion, ethnicity and politics: Hindu and Muslim Indian immigrants in the United States|journal = Ethnic and Racial Studies|volume = 24 | issue = 2 |page = 268|year = 2001 |doi=10.1080/01419870020023445|s2cid = 32217209 }}</ref>চিন্ময়ানন্দৰ মতে ভি.এইচ.পিৰ উদ্দেশ্য আছিল হিন্দুসকলৰ বহুধা জাতিত বিভক্ত হৈ থকাসকলক একত্ৰিত আৰু নিজৰ ধৰ্ম আৰু দেশৰ প্ৰতি জাগ্ৰত কৰি তোলা।<ref name="KatjuEarly">{{cite journal|doi=10.2307/3517547|journal=[[Social Scientist]]|pages=34–60|volume=26|number=5/6|author=Katju, Manjari|url=https://dsal.uchicago.edu/books/socialscientist/text.html?objectid=HN681.S597_300-301_036.gif|title=The Early Vishva Hindu Parishad: 1964 to 1983|year=1998|jstor=3517547}}</ref> |
|||
চিন্ময়ানন্দক ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত হোৱাৰ বিপৰীতে আপ্তেক ইয়াৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয়। সভাত সিদ্ধান্ত লোৱা হ'ল যে প্ৰস্তাৱিত সংগঠনটোৰ নাম "বিশ্ব হিন্দু পৰিষদ" হ'ব আৰু ১৯৬৬ চনত অনুষ্ঠিত হোৱা [[কুম্ভ মেলা]]ৰ সময়ত প্ৰয়াগ ([[w:en:Allahabad|এলাহাবাদ]])ত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ বিশ্ব অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও সিদ্ধান্ত লোৱা হ’ল যে ই এটা অৰাজনৈতিক সংগঠন হ’ব আৰু কোনো ৰাজনৈতিক দলৰ কোনো বিষয়ববীয়াই একেলগে পৰিষদৰ বিষয়ববীয়া হ’ব নোৱাৰিব।<ref name="vhp inception" /> প্ৰতিষ্ঠাপকসকলৰ প্ৰতিনিধি দলত [[w:en:Bharatiya Vidya Bhavan|ভাৰতীয় বিদ্যা ভৱন]] প্ৰতিষ্ঠাপক [[w:en:K. M. Munshi|কে. এম মুনশী]], গুজৰাটী পণ্ডিত [[w:en:Keshavram Kashiram Shastri|কেশৱৰাম কাশীৰাম শাস্ত্ৰী]], শিখ নেতা [[w:en:Tara Singh (activist)|তাৰা সিং]], নামধাৰী শিখ নেতা সৎগুৰু জগজিৎ সিং আৰু বিশিষ্ট ৰাজনীতিবিদ যেনে [[w:en:C. P. Ramaswami Iyer|চি. পি ৰামাস্বামী আয়েৰ]]।{{sfn|Katju|2013}}<ref name="vhp inception">{{cite web|url=http://vhp.org/organization/org-inception-of-vhp|title=Inception of VHP|publisher=vhp.org|access-date=24 Aug 2014|archivedate=26 August 2014|archiveurl=https://web.archive.org/web/20140826113657/http://vhp.org/organization/org-inception-of-vhp|deadurl=yes}}</ref> |
|||
১৯৯০ চনৰ মাজভাগত বিশ্বজুৰি ভি.এইচ.পিৰ ১৬ লাখৰো অধিক সদস্য আছিল।<ref>{{cite book|title=Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices, 2nd Edition [6 volumes]: A Comprehensive Encyclopedia of Beliefs and Practices|url=https://books.google.com/books?id=v2yiyLLOj88C&q=VHP+members&pg=PA3076|publisher=ABC-CLIO|author1=J. Gordon Melton|author2=Martin Baumann|isbn=9781598842043|date=2010-09-21}}</ref> ২০০৮ চনৰ এক হিচাপ অনুসৰি ভি.এইচ.পিয়ে প্ৰায় ৬৮ লাখ সদস্য আছে বুলি দাবী কৰিছিল।<ref name="thenational">{{cite news|title=New Delhi left grasping for answers to violence|url=https://www.thenational.ae/world/asia/new-delhi-left-grasping-for-answers-to-violence-1.538433|date=2008-10-13|publisher=The National}}</ref> |
|||
==মতাদৰ্শ== |
|||
১৯৬৪ চনৰ ২৯ আগষ্টত [[মুম্বাই|বোম্বাইৰ]] পাৱৈৰ সন্দীপনি সাধনালয়ত অনুষ্ঠিত হোৱা এখন সন্মিলনত প্ৰথমবাৰৰ বাবে ভি.এইচ.পিৰ গঠনৰ দাবী উত্থাপন হয়। জন্মাষ্টমী উৎসৱৰ লগত সংগতি ৰাখি এই তাৰিখটো বাছি লোৱা হৈছিল। সভাত হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থকাৰ লগতে দালাই লামাও উপস্থিত আছিল।<ref name="Long2011">{{cite book|last1=Long|first1=Jeffery D.|title=Historical dictionary of Hinduism|date=2011|publisher=Scarecrow Press|location=Lanham, Md.|isbn=978-0-8108-6764-2|pages=319|edition=New}}</ref> গোলৱালকাৰে বুজাই দিছিল যে "ভাৰতীয় মূলৰ সকলো ধৰ্মীয় বিশ্বাস একত্ৰিত হোৱাৰ প্ৰয়োজন", তেওঁ কয় যে "হিন্দু" ("হিন্দুস্তান"ৰ মানুহ) শব্দটো ওপৰৰ সকলো ধৰ্মৰ অনুগামীৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য।{{sfn|Smith|2003|p=189}} আপ্তেই ঘোষণা কৰিছিল: |
|||
{{quote|বিশ্বক [[খ্ৰীষ্টান]], [[ইছলাম]] আৰু [[w:en:Communist|কমিউনিষ্ট]] হিচাপে বিভক্ত কৰা হৈছে। তেওঁলোক সকলোৱে হিন্দু সমাজখনক অতি মিহি চহকী খাদ্য হিচাপে লয়, যাৰ ওপৰত ভোজ খাব আৰু নিজকে মোটা কৰিব পাৰি। এই সংঘাতৰ যুগত হিন্দু জগতখনক তিনিওটাৰে দুষ্টতাৰ পৰা ৰক্ষা কৰিবলৈ চিন্তা কৰি সংগঠিত কৰাটো প্ৰয়োজনীয়।{{sfn|Smith|2003|p=189}}}} |
|||
==তথ্য সংগ্ৰহ== |
==তথ্য সংগ্ৰহ== |
||
{{reflist}} |
{{reflist}} |
||
[[শ্ৰেণী:সংগঠন]] |
23:35, 8 November 2024 অনুযায়ী বৰ্তমান সংস্কৰণ
বিশ্ব হিন্দু পৰিষদ (ইংৰাজী: Vishva Hindu Parishad) হৈছে হিন্দু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি গঠিত ভাৰতীয় সোঁপন্থী হিন্দু সংগঠন।[1]১৯৬৪ চনত এম.এছ.গোলৱালকাৰ আৰু এছ.এছ আপ্তেৰ নেতৃত্বত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে "হিন্দু সমাজখনক সংগঠিত কৰা, একত্ৰিত কৰা আৰু হিন্দু ধৰ্মৰ সেৱা আৰু সুৰক্ষা কৰা"। হিন্দু মন্দিৰ নিৰ্মাণ আৰু সংস্কাৰ, আৰু গৰু বধ ৰোধকৰণ আৰু ধৰ্মান্তৰকৰণৰ বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক স্থাপন কৰা হৈছিল। ই সংঘ পৰিয়াল গোটৰ সদস্য,[2][3] আৰু আৰ.এছ.এছৰ নেতৃত্বত হিন্দু জাতীয়তাবাদী সংগঠনৰ পৰিয়াল।[4]
ইতিহাস
[সম্পাদনা কৰক]১৯৬৪ চনত আৰ.এছ.এছৰ নেতাসকল ক্ৰমে এম.এছ গোলৱালকাৰ আৰু এছ.এছ. আপ্তেয়ে হিন্দু আধ্যাত্মিক নেতা চিন্ময়ানন্দ সৰস্বতীৰ সহযোগত বিশ্ব হিন্দু পৰিষদ গঠন কৰে।[5][6]চিন্ময়ানন্দৰ মতে ভি.এইচ.পিৰ উদ্দেশ্য আছিল হিন্দুসকলৰ বহুধা জাতিত বিভক্ত হৈ থকাসকলক একত্ৰিত আৰু নিজৰ ধৰ্ম আৰু দেশৰ প্ৰতি জাগ্ৰত কৰি তোলা।[7]
চিন্ময়ানন্দক ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত হোৱাৰ বিপৰীতে আপ্তেক ইয়াৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰা হয়। সভাত সিদ্ধান্ত লোৱা হ'ল যে প্ৰস্তাৱিত সংগঠনটোৰ নাম "বিশ্ব হিন্দু পৰিষদ" হ'ব আৰু ১৯৬৬ চনত অনুষ্ঠিত হোৱা কুম্ভ মেলাৰ সময়ত প্ৰয়াগ (এলাহাবাদ)ত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ বিশ্ব অধিৱেশন অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও সিদ্ধান্ত লোৱা হ’ল যে ই এটা অৰাজনৈতিক সংগঠন হ’ব আৰু কোনো ৰাজনৈতিক দলৰ কোনো বিষয়ববীয়াই একেলগে পৰিষদৰ বিষয়ববীয়া হ’ব নোৱাৰিব।[8] প্ৰতিষ্ঠাপকসকলৰ প্ৰতিনিধি দলত ভাৰতীয় বিদ্যা ভৱন প্ৰতিষ্ঠাপক কে. এম মুনশী, গুজৰাটী পণ্ডিত কেশৱৰাম কাশীৰাম শাস্ত্ৰী, শিখ নেতা তাৰা সিং, নামধাৰী শিখ নেতা সৎগুৰু জগজিৎ সিং আৰু বিশিষ্ট ৰাজনীতিবিদ যেনে চি. পি ৰামাস্বামী আয়েৰ।[9][8]
১৯৯০ চনৰ মাজভাগত বিশ্বজুৰি ভি.এইচ.পিৰ ১৬ লাখৰো অধিক সদস্য আছিল।[10] ২০০৮ চনৰ এক হিচাপ অনুসৰি ভি.এইচ.পিয়ে প্ৰায় ৬৮ লাখ সদস্য আছে বুলি দাবী কৰিছিল।[11]
মতাদৰ্শ
[সম্পাদনা কৰক]১৯৬৪ চনৰ ২৯ আগষ্টত বোম্বাইৰ পাৱৈৰ সন্দীপনি সাধনালয়ত অনুষ্ঠিত হোৱা এখন সন্মিলনত প্ৰথমবাৰৰ বাবে ভি.এইচ.পিৰ গঠনৰ দাবী উত্থাপন হয়। জন্মাষ্টমী উৎসৱৰ লগত সংগতি ৰাখি এই তাৰিখটো বাছি লোৱা হৈছিল। সভাত হিন্দু, শিখ, বৌদ্ধ আৰু জৈন ধৰ্মৰ কেইবাজনো প্ৰতিনিধি উপস্থিত থকাৰ লগতে দালাই লামাও উপস্থিত আছিল।[12] গোলৱালকাৰে বুজাই দিছিল যে "ভাৰতীয় মূলৰ সকলো ধৰ্মীয় বিশ্বাস একত্ৰিত হোৱাৰ প্ৰয়োজন", তেওঁ কয় যে "হিন্দু" ("হিন্দুস্তান"ৰ মানুহ) শব্দটো ওপৰৰ সকলো ধৰ্মৰ অনুগামীৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য।[13] আপ্তেই ঘোষণা কৰিছিল:
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Jaffrelot, Christophe (2008-12-31). "Hindu Nationalism and the (Not So Easy) Art of Being Outraged: The Ram Setu Controversy" (en ভাষাত). South Asia Multidisciplinary Academic Journal (2). doi:10.4000/samaj.1372. ISSN 1960-6060. http://journals.openedition.org/samaj/1372.
- ↑ Jelen, Ted Gerard; Wilcox, Clyde (2002). Religion and Politics in Comparative Perspective: The One, The Few, and The Many.. Cambridge University Press.. পৃষ্ঠা. 253. ISBN 978-0-521-65031-1. https://books.google.com/books?id=6HFq0eyEK4QC&pg=PA344.
- ↑ DP Bhattacharya, ET Bureau (2014-08-04). "Communal skirmishes rising after Narendra Modi's departure from Gujarat - Economic Times". Articles.economictimes.indiatimes.com. Archived from the original on 2014-08-14. https://web.archive.org/web/20140814105715/http://articles.economictimes.indiatimes.com/2014-08-04/news/52428512_1_vhp-leader-pravin-togadia-cow-slaughter। আহৰণ কৰা হৈছে: 2014-08-14.
- ↑ "Timeline of events, including formation of VHP". RSS. https://www.rss.org/Timeline.html। আহৰণ কৰা হৈছে: 2021-04-01.
- ↑ Katju 2013, পৃষ্ঠা. 5.
- ↑ Kurien, Prema (2001). "Religion, ethnicity and politics: Hindu and Muslim Indian immigrants in the United States". Ethnic and Racial Studies খণ্ড 24 (2): 268. doi:10.1080/01419870020023445.
- ↑ Katju, Manjari (1998). "The Early Vishva Hindu Parishad: 1964 to 1983". Social Scientist খণ্ড 26 (5/6): 34–60. doi:10.2307/3517547. https://dsal.uchicago.edu/books/socialscientist/text.html?objectid=HN681.S597_300-301_036.gif.
- ↑ ইয়ালৈ যাওক: 8.0 8.1 "Inception of VHP". vhp.org. Archived from the original on 26 August 2014. https://web.archive.org/web/20140826113657/http://vhp.org/organization/org-inception-of-vhp। আহৰণ কৰা হৈছে: 24 Aug 2014.
- ↑ Katju 2013.
- ↑ J. Gordon Melton; Martin Baumann (2010-09-21). Religions of the World: A Comprehensive Encyclopedia of Beliefs and Practices, 2nd Edition [6 volumes: A Comprehensive Encyclopedia of Beliefs and Practices]. ABC-CLIO. ISBN 9781598842043. https://books.google.com/books?id=v2yiyLLOj88C&q=VHP+members&pg=PA3076.
- ↑ "New Delhi left grasping for answers to violence". The National. 2008-10-13. https://www.thenational.ae/world/asia/new-delhi-left-grasping-for-answers-to-violence-1.538433.
- ↑ Long, Jeffery D. (2011). Historical dictionary of Hinduism (New সম্পাদনা). প্ৰকাশক Lanham, Md.: Scarecrow Press. পৃষ্ঠা. 319. ISBN 978-0-8108-6764-2.
- ↑ ইয়ালৈ যাওক: 13.0 13.1 Smith 2003, পৃষ্ঠা. 189.