সমললৈ যাওক

বেটুপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
পুতলা শিল্প (ইংৰাজী: Toys of Assam) অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। এই শিল্পত সাধাৰণতে শিশুসকলে খেলিবলৈ ব্যৱহাৰ কৰা পুতলা, খেলনা আৰু নানা ধৰণৰ সৌন্দৰ্যবৰ্ধক বস্তুৰ নিৰ্মাণ কৰা হয়। ব্যৱহৃত কেঁচামালৰ ওপৰত ভিত্তি কৰি অসমীয়া পৰম্পৰাগত পুতলাসমূহক চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি - পোৰামাটিৰ পুতলা, কুঁহিলাৰ পুতলা, বাঁহ-বেত বা কাঠৰ পুতলা আৰু কাপোৰ বা কাপোৰ-বোকাৰে নিৰ্মিত পুতলা। এইবোৰৰ বাহিৰেও পৰম্পৰাগত পুতলা নিৰ্মাতাসকলে দেৱ-দেৱী, জীৱ-জন্তুৰ মূৰ্তিও ব্যৱহাৰ কৰে। অসমৰ পৰম্পৰাগত মাটিৰ পুতলাসমূহ হীৰা আৰু কুমাৰসকলে তৈয়াৰ কৰে। পুতলা সমূহ সাধাৰণতে দৰা-কইনাৰূপী মানৱ চৰিত্ৰ, ৰজা-ৰাণী, মাতৃ-শিশু, চকাযুক্ত গাড়ী, জীৱ-জন্তুৰ আকৃতিৰ, ক্ষুদ্ৰ ৰূপৰ ঘৰুৱা কামত ব্যৱহৃত সঁজুলি, বল, বাদ্যযন্ত্ৰ, ফল-মূল আৰু পাচলিৰ আকৃতি ইত্যাদি নানা ধৰণৰ হোৱা দেখা যায়। ধুবুৰী জিলাৰ মৃৎ শিল্পৰ বাবে জনাজাত আশাৰীকান্দি পোৰামাটি বা টেৰাকোটাৰ পুতলাৰ বাবে বিখ্যাত। পুতলা শিল্পত উৎপাদিত কিছুমান পুতলা অসমৰ অন্যতম উল্লেখযোগ্য পৰিৱেশ্য কলা পুতলা নাচত ব্যৱহাৰ কৰা হয়। ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে?
আপুনি জানেনে...
  • ...যে ভিল জনজাতি চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি?
  • ...যে প্ৰতি ছেকেণ্ডত ২২৪ গিগাবাইট পৰ্যন্ত গতিৰে লাই-ফাই প্ৰযুক্তি ৱাই-ফাইতকৈ প্ৰায় ১০০ গুণ ক্ষিপ্ৰ?
  • ...যে "ছিংগাপুৰ" নামটো আহিছে মালয় ভাষাৰ ছিংগাপুৰাৰ পৰা যিটো আহিছে সংস্কৃতৰ सिंहपुर পৰা?
  • ...যে জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ৱাল্টাৰ লুইনৰ ভাষণৰ ভিডিঅ'সমূহে বছৰি প্ৰায় দুই নিযুত দৰ্শনী লাভ কৰে?
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
ৱিকিপিডিয়া:বেটুপাতৰ নিৰ্বাচিত চিত্ৰ/ ছেপ্টেম্বৰ, ২০২৪
গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ হোৱা ১৩-১৪ শতিকাৰ এটি সুপ্ৰাচীন দুৰ্গামূৰ্তি৷
শিল্প-কৰ্মটোৰ ছবিখন নৱজিৎ দেউৰী, চাবিনা হাছান আৰু ৱাই.এছ. অংলেংটনে লিখা Descriptive Catalogue on the Stone Sculptures of Assam State Museum শীৰ্ষক গ্ৰন্থখনৰ পৰা আপলোড কৰা হৈছে৷
আলোকচিত্ৰ:এম ছাছাগ

পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):
ফেইচবুক এক্স (টুইটাৰ) ইনষ্টাগ্ৰাম ইউটিউব টেলিগ্ৰাম