ৰাকেশ কুমাৰ
ৰাকেশ কুমাৰ | |||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||
জন্ম | ১৩ জানুৱাৰী, ১৯৮৫ (৩৯ বছৰ) কাটৰা, জম্মু আৰু কাশ্মীৰ, ভাৰত | ||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||
ক্ৰীড়া | পেৰা-আৰ্চাৰী | ||||||||||||||||||||||||||||||
শিতান | পুৰুষৰ কম্পাউণ্ড অপেন | ||||||||||||||||||||||||||||||
প্ৰশিক্ষক | কুলদীপ বেদৱান | ||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||
ব্যক্তিগত শ্ৰেষ্ঠ | ১৩৯৯1399 বিশ্ব ৰেকৰ্ড (২০২৪) | ||||||||||||||||||||||||||||||
পদক অভিলেখ
|
ৰাকেশ কুমাৰ (ইংৰাজী: Rakesh Kumar, জন্ম ১৩ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় পেৰা-ধনুৰ্বিদ।[1] তেওঁ পুৰুষৰ কম্পাউণ্ড অপেন প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰে।[2] ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে।[3] ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ শীতল দেৱীৰ সৈতে আৰ্চাৰীৰ মিশ্ৰিত দল কমপাউণ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।
খেলুৱৈ জীৱন
[সম্পাদনা কৰক]তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[4][5] ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ডুবাইত অনুষ্ঠিত হোৱা ৭ম ফাজ্জা পেৰা আৰ্চাৰী বিশ্ব ৰেংকিং প্ৰতিযোগিতাৰ পুৰুষৰ কম্পাউণ্ড অপেন শাখাত তেওঁ সোণৰ পদক লাভ কৰে।[6][7] তেওঁ ভাৰতৰ সৰ্বোচ্চ ৰেংকিঙৰ কম্পাউণ্ড আৰ্চাৰ আৰু তেওঁৰ বিশ্ব ৰেংকিং ১১ নং স্থানত আছে।[4]
ৰাকেশ কুমাৰ ২০১৮ চনত ইউৰোপীয় চাৰ্কিট ২য় লেগত দলীয় প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা দলৰ অংশ আছিল। লগতে তেওঁ ২০১৯ চনত ৫ম ফাজ্জা পাৰা আৰ্চাৰী বিশ্ব ৰেংকিং প্ৰতিযোগিতাত মিশ্ৰিত দলীয় ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা দলটোৰ অংশ আছিল।[4]
তেওঁ শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডৰ ক্ৰীড়া কমপ্লেক্সত প্ৰশিক্ষণ লৈছিল আৰু তেওঁ জম্মুৰ কাটৰাৰ বাসিন্দা।[8][9]
২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ শীতল দেৱীৰ সৈতে অপেন মিশ্ৰিত দল কম্পাউণ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "KUMAR Rakesh". Tokyo 2020 Paralympics. Tokyo Organising Committee of the Olympic and Paralympic Games. https://olympics.com/tokyo-2020/paralympic-games/en/results/archery/athlete-profile-n1669934-kumar-rakesh.htm। আহৰণ কৰা হৈছে: 18 September 2021.
- ↑ "From suicide attempts to winning gold medals: The inspiring journey of para-archer Rakesh Kumar". Times of India. 28 February 2021. https://timesofindia.indiatimes.com/sports/more-sports/others/from-suicide-attempts-to-winning-gold-medals-the-inspiring-journey-of-para-archer-rakesh-kumar/articleshow/81256616.cms.
- ↑ Sportstar, Team (2024-08-14). "India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/olympics/paris-paralympics-2024/news/paris-2024-india-paralympics-contingent-full-list-of-84-indian-athletes-qualified-sports-ministry-paralympic-games-news/article68512627.ece। আহৰণ কৰা হৈছে: 2024-08-28.
- ↑ 4.0 4.1 4.2 "Archer Rakesh Kumar overcomes depression, ready to shine at Tokyo Paralympics". New Indian Express. 21 August 2021. https://www.newindianexpress.com/sport/other/2021/aug/21/archer-rakesh-kumar-overcomes-depression-ready-to-shine-at-tokyo-paralympics-2347935.html.
- ↑ "Tokyo Paralympics: Archer Rakesh Kumar storms into pre-quarters, Shyam Sundar Swami bows out in Round 2". India Today. 28 August 2021. https://www.indiatoday.in/sports/other-sports/story/tokyo-paralympics-archer-rakesh-kumar-storms-into-pre-quarters-1846424-2021-08-28.
- ↑ "Gold for Rakesh, mixed doubles pair in Fazza world ranking tournament". Hindustan Times. 28 February 2021. https://www.hindustantimes.com/sports/others/gold-for-rakesh-mixed-doubles-pair-in-fazza-world-ranking-tournament-101614509762065.html.
- ↑ "Indian para-archers ensure one gold, two silver at Fazza World Ranking tournament". Hindustan Times. 25 February 2021. https://www.hindustantimes.com/sports/others/indian-para-archers-ensure-one-gold-2-silver-at-fazza-world-ranking-tournament-101614232621203.html.
- ↑ "उपराज्यपाल मनोज सिन्हा ने पैरा ओलिंपियन राकेश कुमार, ज्योति बालियान को सम्मानित किया" (Hindi ভাষাত). Dainik Jagran. 18 September 2021. https://www.jagran.com/jammu-and-kashmir/jammu-lg-manoj-sinha-felicitates-para-olympians-rakesh-kumar-and-jyoti-baliyan-22032176.html.
- ↑ "LG hands over rights certificates to tribals". Hindustan Times. 18 September 2021. https://www.hindustantimes.com/cities/others/lg-hands-over-rights-certificates-to-tribals-101631979214474.html.