সমললৈ যাওক

১৭ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১৭ অক্টোবৰ (ইংৰাজী: 17 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম (অধিবৰ্ষত ২৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৮৩১ - ইংৰাজ বিজ্ঞানী মাইকেল ফেৰাডেডাইনামো আৱিষ্কাৰ কৰে।
  • ১৯১৯ - ভাৰতত খিলাফৎ দিৱস উদযাপন কৰা হয়।
  • ১৯২০ - ভাৰতবৰ্ষত কমিউনিষ্ট পাৰ্টী প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৩৭ - মুছলিম লীগৰ পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
  • ১৯৪০ - মহাত্মা গান্ধীৰ নেতৃত্বত সত্যাগ্ৰহ আৰম্ভ হয়।
  • ১৯৭৯ - মাদাৰ টেৰেছালৈ শান্তিৰ নোবেল পুৰস্কাৰ আগবঢ়োৱা হয়।
  • ২০০১ - দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেট অধিনায়ক হান্সি ক্ৰ'নিয়েৰ খেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।
  • ২০০৩ - শ্ৰীহৰিকোটাৰ পৰা PSLV-5 ৰ উৎক্ষেপণ কৰা হয়।
  • ১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
  • ১৯০০ - ৰাধাগোবিন্দ বৰুৱা, অসমীয়া সিংহ পুৰুষ।
  • ১৯৪১ - সৰিতা যোশী, ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টিভি অভিনেত্ৰী।
  • ১৯৪৭ - বৃন্দা কাৰাট, ভাৰতীয় মাৰ্ক্সবাদী ৰাজনীতিবিদ।
  • ১৯৫২ - জাহ্নু বৰুৱা, অসমীয়া চলচ্চিত্ৰ পৰিচালক।
  • ১৯৭০ - অনিল কুম্বলে, ভাৰতীয় ক্ৰিকেটাৰ।
  • ১৯৭৩ - ভগৱন্ত সিং মান, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৯২ - কীৰ্তি সুৰেশ, ভাৰতীয় অভিনেত্ৰী।
  • ২০০১ - মনীষ নাৰৱাল, - ভাৰতীয় পেৰা পিষ্টল শ্বুটাৰ।
  • অসম ক্ৰীড়া দিৱস।
  • ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (থাইলেণ্ড)।