১৫ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | |
২০২৫ |
১৫ ফেব্ৰুৱাৰী (ইংৰাজী: 15 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]- ১৮৭৯ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
- ১৯০৩ - মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
জন্ম
[সম্পাদনা কৰক]- ১৯১৫ - কজ্জনবাঈ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
- ১৫৬৪ - গেলিলিঅ’ গেলিলি, ইটালীৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৬৯ - মিৰ্জা গালিব, ভাৰতীয় কবি।
- ১৯৪৮ - সুভদ্ৰা কুমাৰী চৌহান, হিন্দী সাহিত্যৰ ভাৰতীয় কবি।
- ১৯৮৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০০৮ - মনোৰমা, ভাৰতীয় অভিনেত্ৰী।
- ২০২২ - সন্ধ্যা মুখাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী।
দিৱস
[সম্পাদনা কৰক]- মুক্তি দিৱস (আফগানিস্তান)।
- কানাডাৰ পতাকা দিৱস (কানাডা)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|