সমললৈ যাওক

সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুসলিমীন
সভাপতি আছাদুদ্দিন ওৱাইছি‎
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১২ নৱেম্বৰ ১৯২৭ (৯৬ বছৰ আগত) (1927-11-12)
মূখ্য কাৰ্যালয় দাৰুসালাম, আঘাপুৰা, হায়দৰাবাদ, তেলেংগানা, ভাৰত
ৰাজনৈতিক মতাদৰ্শ সম্মিলিত জাতীয়তাবাদ, দলিত অধিকাৰ, সংখ্যালঘু অধিকাৰ, সংবিধানবাদ
ৱেবছাইট www.aimim.org

সৰ্বভাৰতীয় মজলিছে-ই-ইত্তেহাদুল মুছলিমীন বা এম আই এম হৈছে ভাৰতৰ স্বায়ত্তশাসিত ৰাজ্যৰ ৰাজধানী তেলেংগানা ৰ এটা আঞ্চলিক ভিত্তিত ৰাজনৈতিক দল। ইয়াৰ মুখ্য কাৰ্যালয় আঘাপুৰ হায়দৰাবাদ তেলেংগানাত।[1]

‘সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুসলিমীন’ত মুছলমানক একত্ৰিত আৰু একত্ৰিত কৰাৰ কথা কোৱা হৈছে॥[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. এ আই এম আই এম ৰ বিষয়ে
  2. "MIM". https://www.anandabazar.com/editorial/aimim-is-targeting-the-muslim-votes-in-west-bengal-1.1093596.