মাৰিয়া ছাৰাপোভা
অৱয়ব
মাৰিয়া ছাৰাপোভা ২০১৫ মুটুৱা মাদ্ৰিড অপেনত | |
দেশ | ৰাছিয়া |
---|---|
বাসস্থান | ব্ৰেডেণ্টন, ফ্লোৰিদা |
জন্ম | ১৯ এপ্ৰিল, ১৯৮৭ (৩৭ বছৰ) ন্যাগন, Russian SFSR, চোভিয়েট উনিয়ন |
উচ্চতা | ১.৮৮ মিটাৰ (U=ft}})[1] |
পেচা গ্ৰহণ | April 19, 2001[1] |
হস্তশৈলী | Right-handed (two-handed backhand)[1] |
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | US$ 34,898,240[2] |
একক | |
কেৰিয়াৰৰ অভিলেখ | 592–142[1] |
কেৰিয়াৰৰ খিতাপ | 35 WTA, 4 ITF |
সৰ্ব্বোচ্চ ৰেংকিং | No. 1 (August 22, 2005)[1] |
বৰ্তমানৰ ৰেংকিং | No. 2 (July 20, 2015)[1] |
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা | |
অষ্ট্ৰেলিয়ান অ'পেন | W (2008) |
ফ্ৰেন্স অ'পেন | W (2012, 2014) |
উইম্বলডন | W (2004) |
ইউ এছ অ’পেন | W (2006) |
আন প্ৰতিযোগিতা | |
ডব্লু’ টি এ টুৰ চেম্পিয়ন | W (2004) |
অলিম্পিক | Silver medal (2012) |
দ্বৈত | |
কেৰিয়াৰৰ অভিলেখ | 23–17[1] |
কেৰিয়াৰৰ খিতাপ | 3 WTA[1] |
সৰ্ব্বোচ্চ ৰেংকিং | No. 41 (June 14, 2004)[1] |
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা | |
অষ্ট্ৰেলিয়ান অ'পেন | 2R (2003, 2004) |
ইউ এছ অ’পেন | 2R (2003) |
মিক্সড্ ডাবলচ্ | |
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্ পৰিসংখ্যা | |
ইউ এছ অ’পেন | QF (2004) |
June 8, 2015ত শেষবাৰ আপডেট কৰা হৈছে। |
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ৰাছিয়া | ||
Tennis | ||
2012 London | Singles |
মাৰিয়া ছাৰাপোভা (ইংৰাজী:Maria Yuryevna Sharapova) এগৰাকী ৰাছিয়ান টেনিচ খেলুৱৈ। তেও বৰ্তমান উইমেন'চ টেনিচ এচোচিয়েচন (WTA)ৰ দ্বিতীয় স্থানত আছে।
জন্ম
[সম্পাদনা কৰক]মাৰিয়া ছাৰাপোভা ১৯ এপ্ৰিল ১৯৮৭ চনত ৰাছিয়াৰ ন্যাগান চহৰত জন্মগ্ৰহন কৰিছিল। তাইৰ পিতৃ-মাতৃ য়ুৰি আৰু য়ুলেনা পূৰ্বতে প্ৰাক্তন বেলাৰাছিয়াৰ গোমেলৰ বাসিন্দা আছিল, কিন্তু চাৰ্নোবিন দুৰ্ঘটনাৰ পিছত প্ৰাদুৰ্ভাবৰ আশংকা কৰি তেওঁলোক মাৰিয়াৰ জন্মস্থানলৈ আহে।।[3]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 "Maria Sharapova". WTA. http://www.wtatennis.com/players/player/9499/title/maria-sharapova। আহৰণ কৰা হৈছে: March 5, 2012.
- ↑ "WTA Million Dollar Club" (PDF). WTA. http://www.wtatennis.com/SEWTATour-Archive/Rankings_Stats/Millionaires.pdf। আহৰণ কৰা হৈছে: June 8, 2014.
- ↑ "[Sharapova, Maria]" (Russian ভাষাত). Lenta.ru. http://lenta.ru/lib/14164248/। আহৰণ কৰা হৈছে: 2013-04-29.