সমললৈ যাওক

ভাৰতৰ হ্ৰদসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ হ্ৰদসমূহৰ তালিকা হৈছে ভাৰতৰ উল্লেখনীয় হ্ৰদসমূহৰ নামৰ এখন তালিকা।[1]

জগ মন্দিৰ হ্ৰদ, উদয়পুৰ, ৰাজস্থান
ডাল হ্ৰদ, জম্মু আৰু কাশ্মীৰ
হুছেইন সাগৰ হ্ৰদ, অন্ধ্ৰ প্ৰদেশ
দুৰ্গম চেৰুভু, অন্ধ্ৰ প্ৰদেশ
চানডুবি বিল, অসম
থল হ্ৰড, গুজৰাট
ৰেণুকা হ্ৰদ, হিমাচল প্ৰদেশ
সুৰজ তাল, হিমাচল প্ৰদেশ
মানসবল হ্ৰদ, কাশ্মীৰ
চ’ম’ৰিৰি, লাদাখ
হেব্বেল হ্ৰদ, কৰ্ণাটক
ৱীম্বানাদ হ্ৰদ, কেৰালা
আপাৰ হ্ৰদ (ভুপাল), মধ্য প্ৰদেশ
ল’কটক হ্ৰদ, মণিপুৰ
চিলিকা হ্ৰদত ফ্লেমিংগ’ চৰাই, ওৰিষা
ৰ’পৰ জলাহভূমি, পঞ্জাব
ক’ডাইকানাল হ্ৰদ, তামিল নাডু
Emerald Lake, Ooty
নৈনিতাল হ্ৰদ, উত্তৰাখণ্ড
ল’নাৰ, মহাৰাষ্ট্ৰ
মিৰিক সুমেন্দু হ্ৰদ,পশ্চিমবঙ্গ
নলবন - কলকাতা

অন্ধ্ৰ প্ৰদেশ

[সম্পাদনা কৰক]
  • দুৰ্গম চেৰুভু
  • ক’ল্লেৰু হ্ৰদ
  • পুলিকট হ্ৰদ

হায়দৰাবাদ মহানগৰৰ হ্ৰদসমূহ

[সম্পাদনা কৰক]
  • হুছেইন সাগৰ
  • ওচমান সাগৰ
  • হিমায়ত সাগৰ
  • সমীৰপেট হ্ৰদ
  • মিৰ আলম হ্ৰদ
  • শফীলগুডা হ্ৰদ
  • দুৰ্গম চেৰুভু (গোপন হ্ৰদ)
  • সৰোৰনগৰ হ্ৰদ
  • আৱল হ্ৰদ

অৰুণাচল প্ৰদেশ

[সম্পাদনা কৰক]
  • গয়াকৰ চিঁয়ী বা গংগা হ্ৰদ
  • চেলা হ্ৰদ
  • কঁৱাৰ হ্ৰদ পক্ষী উদ্যান
  • হমিৰচৰ হ্ৰদ
  • কংকৰিয়া
  • নল সৰোবৰ
  • নল সৰোবৰ পক্ষী উদ্যান
  • নাৰায়ণ সৰোবৰ
  • নাৰায়ণ সৰোবৰ অভয়াৰণ্য
  • চৰদাৰ সৰোবৰ বান্ধ
  • থল হ্ৰদ
  • বস্ত্ৰপুৰ হ্ৰদ

হিমাচল প্ৰদেশ

[সম্পাদনা কৰক]
  • ভৃগু হ্ৰদ
  • ডাল হ্ৰদ
  • দশেৰ আৰু ধনকৰ হ্ৰদ
  • ঘধাসৰু আৰু মহাকালী হ্ৰদ
  • কাৰেৰী আৰু কুমাৰৱাহ হ্ৰদ
  • খজ্জেইৰ হ্ৰদ
  • লামা ডাল আৰু চন্দেৰ নৌন হ্ৰদ
  • মচ্চিয়াল হ্ৰদ
  • মহাৰাণা প্ৰতাপ সাগৰ
  • মণিমহেশ হ্ৰদ
  • নাক’ হ্ৰদ
  • পাণ্ড’হ হ্ৰদ
  • পৰাশৰ হ্ৰদ
  • ৰেণুকা হ্ৰদ
  • ৰেৱালচৰ হ্ৰদ
  • শেৰুৱালচৰ আৰু মনিমহেশ হ্ৰদ
  • সুৰজ তাল
  • সূৰ্য্য তাল
  • চন্দ্ৰ তাল

হাৰিয়াণা

[সম্পাদনা কৰক]
  • বদখল হ্ৰদ
  • ব্ৰহ্মা সৰোবৰ
  • কৰ্ণ হ্ৰদ
  • সন্নিহীত সৰোবৰ
  • সুৰজকুণ্ড
  • তিলয়াৰ হ্ৰদ
  • ব্লু বাৰ্ড হ্ৰদ

জম্মু আৰু কাশ্মীৰ

[সম্পাদনা কৰক]
পাংগং হ্ৰদ
  • ডাল হ্ৰদ
  • পাংগং চ’
  • চ’ মৰিৰি
  • ওলৱাৰ হ্ৰদ
  • মনসবল হ্ৰদ
  • মানসৰ হ্ৰদ
  • চেঁচাং হ্ৰদ

কৰ্ণাটক

[সম্পাদনা কৰক]
  • বেলান্দুৰ হ্ৰদ
  • ওলচুৰ হ্ৰদ
  • চেংকে হ্ৰদ
  • হেব্বেল হ্ৰদ
  • শান্তি সাগৰ

মহীশুৰ নগৰৰ হ্ৰদসমূহ

[সম্পাদনা কৰক]
  • ডালভাই হ্ৰদ
  • দেৱনুৰ হ্ৰদ
  • কৰ্ণাজ হ্ৰদ
  • কুক্কৰাহাল্লি হ্ৰদ
  • লিংগামবুধি হ্ৰদ
  • মানাক’ড়ী কায়াল
  • অস্থমুডি হ্ৰদ
  • কুত্তানাদ হ্ৰদ
  • মানানচিৰা
  • পৰৱুৰ কয়াল
  • পুন্নামাড়া হ্ৰদ
  • শস্থামক’ত্তা হ্ৰদ
  • ৱেল্লায়নী হ্ৰদ
  • ৱেম্বানাদ হ্ৰদ

মধ্য প্ৰদেশ

[সম্পাদনা কৰক]
  • আপাৰ লেক (ভুপাল)
  • ভোজ জলাহভূমি
  • ল’ৱাৰ লেক (ভুপাল)
  • টাৱা ৰিজাৰভাৰ

মহাৰাষ্ট্ৰ

[সম্পাদনা কৰক]
  • গুৰেৱাড়া হ্ৰদ
  • খিণ্ডচি হ্ৰদ
  • ল’ণাৰ হ্ৰদ
  • পাশাণ
  • প’ৱাই হ্ৰদ
  • ৰণকেলা হ্ৰদ
  • চেলিম আলি হ্ৰদ
  • শিৱসাগৰ হ্ৰদ
  • টালাও পালি
  • ঊপৱন হ্ৰদ
  • ৱেন্না হ্ৰদ
  • মেহৰুণ হ্ৰদ

মেঘালয়

[সম্পাদনা কৰক]
  • ল’কটক হ্ৰদ, এই হ্ৰদ ইয়াৰ উপঙা দ্বীপবোৰৰ বাবে বিখ্যাত।

মিজোৰাম

[সম্পাদনা কৰক]
  • পালক দিল
  • টাম দিল
  • অংশুপা হ্ৰদ
  • চিল্কা হ্ৰদ
  • কাণজিয়া হ্ৰদ
  • কাঁজলি জলাহভূমি
  • হাৰিকে জলাহভূমি
  • ৰ’পাৰ জলাহভূমি

ৰাজস্থান

[সম্পাদনা কৰক]
  • ঢেবাৰ হ্ৰদ
  • কল্যাণ হ্ৰদ
  • লোণকৰ্ণসৰ
  • নাক্কি হ্ৰদ
  • পাচপড়া হ্ৰদ
  • পুষ্কৰ হ্ৰদ
  • আনা সাগৰ হ্ৰদ
  • ফয় সাগৰ হ্ৰদ
  • ৰাজসমাণ্ড হ্ৰদ
  • সম্বৰ লুণীয়া হ্ৰদ
  • ৰামগড় হ্ৰদ
  • বালসমাণ্ড হ্ৰদ
  • ঊম্মীড সাগৰ বান্ধ
  • কল্যাণা হ্ৰদ
  • আলৱৰ
  • জয়সমাণ্ড হ্ৰদ
  • সাগৰ
  • টলৱাৰ হ্ৰদ
  • জল মহল, মন সাগৰ হ্ৰদ
  • সলুসাগৰ হ্ৰদ

ৰাজস্থানৰ হ্ৰদ নগৰী, উদয়পুৰ

[সম্পাদনা কৰক]
  • দুধ টলাই হ্ৰদ
  • ফটেহ সাগৰ হ্ৰদ
  • পিচলা হ্ৰদ
  • ৰংসাগৰ হ্ৰদ
  • স্বৰূপ সাগৰ হ্ৰদ
  • ঊদয় সাগৰ হ্ৰদ
  • জয়সমণ্ড হ্ৰদ
  • নন্দেশ্বৰ হ্ৰদ

চিক্কিম

[সম্পাদনা কৰক]
  • গুৰুডংমাৰ হ্ৰদ
  • কেচ্চাপালৰি হ্ৰদ
  • চংম’ হ্ৰদ

তামিল নাডু

[সম্পাদনা কৰক]
  • বেৰিজাম হ্ৰদ
  • চেম্বাৰামবক্কম হ্ৰদ
  • কালিৱেলি হ্ৰদ
  • ক’ডাইকানাল হ্ৰদ
  • ওটি হ্ৰদ
  • ৰেড হিলচ হ্ৰদ
  • চিংগানাল্লুৰ হ্ৰদ
  • চ’লাভৰম হ্ৰদ
  • ৱীৰানাম হ্ৰদ

উত্তৰ প্ৰদেশ

[সম্পাদনা কৰক]
  • ৰামগড় তাল হ্ৰদ
  • কীথম হ্ৰদ
  • বেলাসাগৰ হ্ৰদ
  • বৰুৱা সাগৰ হ্ৰদ
  • অমাখীৰা হ্ৰদ
  • ভৰী তাল
  • নাচন তাল
  • শেইখা ঝীল

উত্তৰাখণ্ড

[সম্পাদনা কৰক]
  • ৰূপকুণ্ড বা কংকাল হ্ৰদ, হ্ৰদৰ পাৰৰ ছশ কংকালৰ বাবে বিখ্যাত।

কুমাও পাহাৰৰ হ্ৰদসমূহ

[সম্পাদনা কৰক]
  • ভীমতাল হ্ৰদ
  • ড’দীতাল হ্ৰদ
  • নৈনিতাল হ্ৰদ
  • নাউকুচিতাল হ্ৰদ
  • সাত তাল

পশ্চিমবঙ্গ

[সম্পাদনা কৰক]
  • দেবাৰ হ্ৰদ
  • মিৰিক হ্ৰদ
  • ৰবীন্দ্ৰ সৰোবৰ
  • ৰচিক বিল
  • সেনচাল হ্ৰদ
  • জুৰ পুখৰি
  • পূৱ কলকাতা জলাহভূমি
  • চান্তাগাচ্চি হ্ৰদ

অশ্ৰেণীবিভাজিত

[সম্পাদনা কৰক]
  • দীপৰ বিল হ্ৰদ
  • হড়িকে হ্ৰদ
  • জলমহল হ্ৰদ
  • কড়িনামকুলম হ্ৰদ
  • কবাৰ হ্ৰদ
  • মল্লিতাল হ্ৰদ
  • নগিনা হ্ৰদ
  • ম’কামা তাল
  • নাংগল তাল
  • সম্ভু তাল
  • শুক্ন হ্ৰদ
  • চ’কাৰ হ্ৰদ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]