নেউল
নেউল (Mongoose)[1] | |
---|---|
Common dwarf mongoose | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordate |
শ্ৰেণী: | Mammallia |
বৰ্গ: | Carnivora |
উপবৰ্গ: | Feliformia |
পৰিয়াল: | Herpestidae Bonaparte, 1845 |
Type genus | |
Herpestes Illiger, 1811 | |
Genera | |
See text | |
সমাৰ্থক | |
|
নেউল (ইংৰাজী: Mongoose) এবিধ সৰু আকাৰৰ মাংসভোজী প্ৰাণী।[2] Herrpestidae পৰিয়ালৰ অন্তৰ্ভুক্ত এই স্তন্যপায়ী প্ৰাণীবিধ প্ৰধানকৈ ইউৰেছিয়া আৰু আফ্ৰিকা মহাদেশত বিস্তৃত হৈ আছে। [1] অসমত দেখা পোৱা প্ৰধান নেউলৰ প্ৰজাতিসমূহ হৈছে জাতি নেউল (Herperstes edwardsii nyula), পাটি নেউল Herperstes javanicus auropuntatus) আৰু কেঁকোৰা খোৱা নেউল (Crab-eating Mongoose, Herpestes urva)[3]
বিতৰণ
[সম্পাদনা কৰক]ইউৰোপৰ দক্ষিণ অঞ্চল, চাহাৰাৰ বাহিৰে সমগ্ৰ আফ্ৰিকা আৰু এছিয়া মহাদেশৰ ইৰাণৰ পৰা ধৰি বৰুণ দ্বীপ (Borneo) লৈকে এই সমগ্ৰ অঞ্চলটোৱেই পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ নেউলৰ বাসস্থান। উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়া মহাদেশত নেউল পোৱা নাযায়।
বিৱৰণ
[সম্পাদনা কৰক]নেউল দক্ষিণ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত দেখা পোৱা যায়। Puerto Rico আৰু হাৱাইৰ দ্বীপসমূহত ইয়াক নতুনকৈ যোগ দিয়া হৈছে।
সমগ্ৰ বিশ্বতে ৩৩বিধ নেউলৰ প্ৰজাতি দেখা যায়। ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰাণ ১-৪ ফুট হয়। ইয়াৰ দেহৰ ওজন ২৭০ গ্ৰামৰ পৰা ৪.১ কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে।
ইয়াৰ কিছুমান প্ৰজাতিয়ে অকলশৰে বাস কৰে। অন্যবোৰে সৰু দলত বিভক্ত হৈ খাদ্যৰ সন্ধান কৰে।
আচৰণ
[সম্পাদনা কৰক]এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
খাদ্য
[সম্পাদনা কৰক]নেউলে সাধাৰণতে পোক-পতংগ, কেঁকোৰা, কেঁচু, জেঠী, সাপ, চৰাই, নিগনি আদি খাই জীয়াই থাকে। তদুপৰি ইহঁতে কণীও খায়।
প্ৰজনন
[সম্পাদনা কৰক]নেউলে প্ৰজননৰ সময়ত এটা উচ্চ কম্পনাংক বিশিষ্ট শব্দ কৰে বুলি জনা যায়। শুনাত এই শব্দটো হাঁহিৰ দৰে লাগে৷[4] ইয়াৰ পোৱালি জগোৱাৰ কোনো নিৰ্দিষ্ট সময় নাই। এবাৰত সাধাৰণতে দুটাকৈ পোৱালি জগে। এবাৰৰ প্ৰজনন কালত মাইকী নেউলে কেইবাটাও মতা নেউলৰ সৈতে সহবাস কৰা দেখা যায়।[3]
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]- FAMILY HERPESTIDAE
- গোত্ৰ Marsh mongoose (Atilax)
- Marsh mongoose Atilax paludinosus
- গোত্ৰ Bdeogale
- Bushy-tailed mongoose, Bdeogale crassicauda
- Jackson's mongoose, Bdeogale jacksoni
- Black-footed mongoose, Bdeogale nigripes
- গোত্ৰ Crossarchus
- Alexander's kusimanse, Crossarchus alexandri
- Angolan kusimanse, Crossarchus ansorgei
- Common kusimanse, Crossarchus obscurus
- Flat-headed kusimanse, Crossarchus platycephalus
- গোত্ৰ Cynictis
- Yellow mongoose, Cynictis penicillata
- গোত্ৰ Dologale
- Pousargues's Mongoose, Dologale dybowskii
- গোত্ৰ Galerella
- Angolan slender mongoose, Galerella flavescens
- Somali slender mongoose, Galerella ochracea
- Cape gray mongoose, Galerella pulverulenta
- Slender mongoose, Galerella sanguinea
- গোত্ৰ Helogale
- Ethiopian dwarf mongoose, Helogale hirtula
- Common dwarf mongoose, Helogale parvula
- গোত্ৰ Herpestes
- Short-tailed mongoose, Herpestes brachyurus
- Indian gray mongoose, Herpestes edwardsii
- Indian brown mongoose, Herpestes fuscus
- Egyptian mongoose, Herpestes ichneumon
- Small Asian mongooseHerpestes javanicus
- Long-nosed mongoose, Herpestes naso
- Collared mongoose, Herpestes semitorquatus
- Ruddy mongoose, Herpestes smithii
- Crab-eating mongoose, Herpestes urva
- Stripe-necked mongoose, Herpestes vitticollis
- গোত্ৰ Ichneumia
- White-tailed mongoose, Ichneumia albicauda
- গোত্ৰ Liberiictus
- Liberian mongoose, Liberiictis kuhni
- গোত্ৰ Mungos
- Gambian mongoose, Mungos gambianus
- Banded mongoose, Mungos mungo
- গোত্ৰ Paracynictis
- Selous' mongoose, Paracynictis selousi
- গোত্ৰ Rhynchogale
- Meller's mongoose, Rhynchogale melleri
- গোত্ৰ Suricata
- Meerkat, Suricata suricatta
- গোত্ৰ Marsh mongoose (Atilax)
আলোকচিত্ৰৰ ভঁৰাল
[সম্পাদনা কৰক]-
Common kusimanse, Crossarchus obscurus
-
Banded mongoose, Mungos mungo
-
Rhynchogale melleri
-
Suricata suricatta
-
Galerella flavescens
-
Indian mongoose pups
-
Galerella sanguinea
-
Cynictis penicillata mating
-
Brown Mongoose
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 সাঁচ:MSW3 Carnivora
- ↑ Vaughan, Terry A.; James M. Ryan; Nicholas J. Czaplewski (2010). Mammalogy. Jones & Bartlett Learning. p. 300. ISBN 0-7637-6299-7
- ↑ 3.0 3.1 কীৰ্তিনাথ মহন্ত (২০১৩). অৰণ্য জীৱনৰ ৰোমাঞ্চকৰ কাহিনী. বনলতা. পৃষ্ঠা. ১৪৫-১৪৯.
- ↑ http://www.buzzle.com/articles/mongoose-facts.html
লগতে চাওক
[সম্পাদনা কৰক]- Rasa, Anne (1986). Mongoose Watch: A Family Observed. প্ৰকাশক Garden City, NY: Anchor Press/Doubleday & Co. ISBN 9780385231756. OCLC 12664019. Translation of Die perfekte Familie.
- Hinton, H. E. & Dunn, A. M. S. (1967). Mongooses: Their Natural History and Behaviour. প্ৰকাশক Berkeley: University of California Press. OCLC 1975837.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিপ্ৰজাতিত Herpestidae সম্পৰ্কে অধিক তথ্য আছে |
ৱিকিমিডিয়া কমন্সত নেউল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |