সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'খ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'খ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'খ'-ক এনেদৰে ⠨ (braille pattern dots-46) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ 'খ'ৰ লগত যোগ হ'লে
খা
খি
খী
খু
খূ
খৃ
খে
খৈ
খো
খৌ

যুক্তবৰ্ণ (খ যোগ)

[সম্পাদনা কৰক]

খ্ + য = খ্য = খ্যাতি

'খ'ৰে আৰম্ভ শব্দ

[সম্পাদনা কৰক]

ইউনিক’ড

[সম্পাদনা কৰক]
চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[3]
U+0996 U+0996 BENGALI LETTER KHA

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)