সমললৈ যাওক

ইণ্টাৰনেট মুভি ডাটাবেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্টাৰনেট মুভি ডাটাবেছ (IMDb)
Type of site
চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল
Available in ইংৰাজী
Owner আমাজন
Created by কোল নীধাম (CEO)
Subsidiaries বক্স অফিচ ম'জ'
URL www.imdb.com
Commercial হয়
Registration ঐচ্ছিক
Launched ১৭ অক্টোবৰ ১৯৯০; ৩৪ বছৰ আগত (1990-10-17)
Current status সক্ৰিয়

ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলভ্য এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]