আগষ্ট
অৱয়ব
<< | আগষ্ট | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
আগষ্ট গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বা খ্ৰীষ্টিয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ অষ্টম মাহ। এই মাহত মুঠ ৩১ দিন।
নামকৰণ
[সম্পাদনা কৰক]ৰোমান সম্ৰাট আগষ্টাচৰ সন্মানত এই মাহৰ নামকৰণ কৰা হয় আগষ্ট।
দিৱস
[সম্পাদনা কৰক]- আন্তৰ্জাতিক যুৱ দিৱস : ১২ আগষ্ট
- স্বাধীনতা দিৱস (ভাৰত) : ১৫ আগষ্ট
- আন্তৰ্জাতিক মানৱতা দিৱস : ১৯ আগষ্ট
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|