ফাৰাহ(অভিনেত্ৰী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
লাচিত বৰ্ণাশুদ্ধি নিবাৰকৰ সহায়ত বৰ্ণাশুদ্ধি নিবাৰণ কৰা হ’ল। |
||
5 নং শাৰী: | 5 নং শাৰী: | ||
প্ৰথম বিবাহৰ পিছত ১৯৯৬ চনত তেওঁ অভিনয়ৰ পৰা অৱসৰ লৈছিল<ref>{{cite web |title=16 Bollywood Actresses Who Mysteriously Vanished |url=http://blog.erosnow.com/2015/facts/16-bollywood-actresses-who-mysteriously-vanished/ |website=Eros Now |access-date=7 May 2016 |archive-date=10 November 2019 |archive-url=https://web.archive.org/web/20191110055645/http://blog.erosnow.com/2015/facts/16-bollywood-actresses-who-mysteriously-vanished/ |url-status=dead }}</ref> যদিও পিছলৈ তেওঁ কেইখনমান টেলিভিছন ধাৰাবাহিক কৰে। ৰাজেশ খান্না, বিনোদ খান্না, ঋষি কাপুৰ, মিথুন চক্ৰৱৰ্তী, সঞ্জয় দত্ত, ছানি দেওল, অনিল কাপুৰ, জেকী শ্ৰফ, ৰাজ বাব্বৰ, গোবিন্দ, আদিত্য পাঞ্চোলি, আমিৰ খান, কুমাৰ গৌৰৱ, ৰাহুল ৰয়কে ধৰি তেওঁ সেই সময়ৰ প্ৰায় সকলো শীৰ্ষ অভিনেতাৰ সৈতে কাম কৰিছিল৷ |

==আদি জীৱন== |
==আদি জীৱন== |
||
ফাৰাহৰ জন্ম হৈছিল এটা হায়দৰাবাদী মুছলমান পৰিয়ালৰ জামাল আলী হাচমী আৰু ৰিজৱানাৰ ঘৰত।<ref name=encyclo>{{cite book |author1=Nihalani, Govind |author2=Chatterjee, Saibal |url=https://books.google.com/books?id=8y8vN9A14nkC&pg=PT658 |title=Encyclopaedia of Hindi cinema |publisher=[[Encyclopædia Britannica]] (India), Popular Prakashan |year=2003 |page=634 |isbn=81-7991-066-0}}</ref><ref name="verve">{{cite news |last=Jahagirdar-Saxena |first=Shraddha |title=Nothing serious about Tabu |url=http://www.vervemagazine.in/people/nothing-serious-about-tabu |work=[[Verve (Indian magazine)|Verve]] |date=25 July 2007 |access-date=8 June 2015}}</ref> তাৰ পিছত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।<ref>{{cite news |author=Swarup, Harihar |title=Tabu, an actor who does not need make-up |date=29 April 2007 |url=http://www.tribuneindia.com/2007/20070429/edit.htm |work=The Tribune |access-date=10 June 2015}}</ref> মাক আছিল স্কুল-শিক্ষয়িত্ৰী আৰু মাতৃৰ ফালৰ পৰা ককা-আইতাক আছিল অৱসৰপ্ৰাপ্ত অধ্যাপক, যিয়ে এখন স্কুল চলাইছিল। তেওঁৰ ককাক মহম্মদ আহছান গণিতৰ অধ্যাপক আছিল আৰু আইতাক ইংৰাজী সাহিত্যৰ অধ্যাপিকা আছিল। |

ফাৰাহ [[শ্বাবানা আজমী]], [[তনভি আজমী]] আৰু বাবা আজমীৰ ভাগিনী আৰু অভিনেত্ৰী [[তবু]]ৰ জ্যেষ্ঠ ভগ্নী।<ref>{{cite web |title=When Tabu was a gawky teen |url=http://www.rediff.com/movies/2007/aug/21reader.htm |website=[[Rediff]] |access-date=7 May 2016}}</ref><ref>{{cite web |title=Tabu: Lesser known facts |url=http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Tabu-Lesser-known-facts/photostory/45021207.cms |website=[[The Times of India]] |access-date=7 May 2016}}</ref> |

১৯৯৬ চনত ফাৰাহৰ বিবাহ অভিনেতা বিন্দু দাৰা সিঙৰ সৈতে হয় আৰু তেওঁলোকৰ এজন পুত্ৰ ফতেহ ৰান্ধৱাৰ জন্ম হয় ১৯৯৭ চনত। ২০০২ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হয়।<ref>{{cite web |title='I hope I'm as lucky as Shilpa' |url=http://movies.ndtv.com/movie_story.aspx?ID=ENTEN20090122993&keyword=television&subcatg=MOVIESINDIA |archive-url=https://archive.today/20120716094015/http://movies.ndtv.com/movie_story.aspx?ID=ENTEN20090122993&keyword=television&subcatg=MOVIESINDIA |url-status=dead |archive-date=16 July 2012 |publisher=NDTV Movies |access-date=13 June 2011 |agency=Indo-Asian News Service |date=27 December 2009}}</ref> পিছলৈ ২০০৩ চনত তেওঁ তেওঁৰ সহযোগী বলীউড আৰু টেলিভিছন অভিনেতা সুমিত ছাইগলৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয়।<ref>{{cite web |title=Tabu holds 'Haider' screening for close friends |url=http://www.deccanchronicle.com/141002/entertainment-bollywood/gallery/tabu-holds-haider-screening-close-friends?gImgId=191927 |website=Deccan Chronicle |access-date=7 May 2016 |date=2 October 2014}}</ref><ref>{{cite web |url=http://www.thebridalbox.com/articles/farha-naaz-marriage_0036673/ |title=Farah Naaz Marriage: The Dainty Beauty's Tumultuous Love Life |date=22 October 2016}}</ref> |
|||
==তথ্য সূত্ৰ== |
==তথ্য সূত্ৰ== |
15:20, 12 March 2024ৰ সংস্কৰণ
ফাৰাহ নাজ হাছমী বা যাক সাধাৰণতে ফাৰাহ বুলি জনা যায়, ১৯৮০ চনৰ মাজভাগ আৰু ১৯৯০ চনৰ মাজভাগৰ বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। তেওঁ তবুৰ ডাঙৰ ভনীয়েক।
১৯৮৫ চনত যশ চোপ্ৰা ছবিৰ বেনাৰত ফাৰাহে ফাছলেৰ যোগেদি চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁ আশীৰ দশকৰ শেষৰ ফালে আৰু নব্বৈৰ দশকৰ মাজভাগত বলীউডৰ অন্যতম বিশিষ্ট অভিনেত্ৰী আছিল। ১৯৮৯ চনৰ বাংলা চিনেমা আমাৰ তুমিত প্ৰসেনজিৎ চেটাৰ্জীৰ সৈতে অভিনয় কৰিছিল। ফাৰহাৰ ল্যাণ্ডমাৰ্ক ছবি আছিল লাভ ৮৬(১৯৮৬), নচিব আপনা আপনা (১৯৮৬), ইমানন্দাৰ (১৯৮৭), মৰতে ডম টক (১৯৮৭), ৱহ ফিৰ আয়েগী (১৯৮৮), নকাব (১৯৮৯),[1] য়াতিম (১৯৮৮), বাপ নম্বৰী বেটা দছ নুম্বৰী (১৯৯০), বেগুনাহ (১৯৯১), ভাই হো তো এইছা (১৯৯৫) আৰু সৌতেলা ভাই (১৯৯৬)। ৰাজেশ খান্নাৰ সৈতেও তিনিখন ছবি কৰিছিল।
প্ৰথম বিবাহৰ পিছত ১৯৯৬ চনত তেওঁ অভিনয়ৰ পৰা অৱসৰ লৈছিল[2] যদিও পিছলৈ তেওঁ কেইখনমান টেলিভিছন ধাৰাবাহিক কৰে। ৰাজেশ খান্না, বিনোদ খান্না, ঋষি কাপুৰ, মিথুন চক্ৰৱৰ্তী, সঞ্জয় দত্ত, ছানি দেওল, অনিল কাপুৰ, জেকী শ্ৰফ, ৰাজ বাব্বৰ, গোবিন্দ, আদিত্য পাঞ্চোলি, আমিৰ খান, কুমাৰ গৌৰৱ, ৰাহুল ৰয়কে ধৰি তেওঁ সেই সময়ৰ প্ৰায় সকলো শীৰ্ষ অভিনেতাৰ সৈতে কাম কৰিছিল৷
আদি জীৱন
ফাৰাহৰ জন্ম হৈছিল এটা হায়দৰাবাদী মুছলমান পৰিয়ালৰ জামাল আলী হাচমী আৰু ৰিজৱানাৰ ঘৰত।[3][4] তাৰ পিছত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।[5] মাক আছিল স্কুল-শিক্ষয়িত্ৰী আৰু মাতৃৰ ফালৰ পৰা ককা-আইতাক আছিল অৱসৰপ্ৰাপ্ত অধ্যাপক, যিয়ে এখন স্কুল চলাইছিল। তেওঁৰ ককাক মহম্মদ আহছান গণিতৰ অধ্যাপক আছিল আৰু আইতাক ইংৰাজী সাহিত্যৰ অধ্যাপিকা আছিল।
ফাৰাহ শ্বাবানা আজমী, তনভি আজমী আৰু বাবা আজমীৰ ভাগিনী আৰু অভিনেত্ৰী তবুৰ জ্যেষ্ঠ ভগ্নী।[6][7]
১৯৯৬ চনত ফাৰাহৰ বিবাহ অভিনেতা বিন্দু দাৰা সিঙৰ সৈতে হয় আৰু তেওঁলোকৰ এজন পুত্ৰ ফতেহ ৰান্ধৱাৰ জন্ম হয় ১৯৯৭ চনত। ২০০২ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হয়।[8] পিছলৈ ২০০৩ চনত তেওঁ তেওঁৰ সহযোগী বলীউড আৰু টেলিভিছন অভিনেতা সুমিত ছাইগলৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয়।[9][10]
তথ্য সূত্ৰ
- ↑ "B'wood's disappearing divas". The Times of India. http://photogallery.indiatimes.com/celebs/celeb-themes/bwoods-disappearing-divas/Farah-Naaz/articleshow/4369301.cms। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ "16 Bollywood Actresses Who Mysteriously Vanished". Eros Now. http://blog.erosnow.com/2015/facts/16-bollywood-actresses-who-mysteriously-vanished/। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ Nihalani, Govind; Chatterjee, Saibal (2003). Encyclopaedia of Hindi cinema. Encyclopædia Britannica (India), Popular Prakashan. পৃষ্ঠা. 634. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT658.
- ↑ Jahagirdar-Saxena, Shraddha (25 July 2007). "Nothing serious about Tabu". Verve. http://www.vervemagazine.in/people/nothing-serious-about-tabu.
- ↑ Swarup, Harihar (29 April 2007). "Tabu, an actor who does not need make-up". The Tribune. http://www.tribuneindia.com/2007/20070429/edit.htm.
- ↑ "When Tabu was a gawky teen". Rediff. http://www.rediff.com/movies/2007/aug/21reader.htm। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ "Tabu: Lesser known facts". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/Tabu-Lesser-known-facts/photostory/45021207.cms। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ "'I hope I'm as lucky as Shilpa'". NDTV Movies. 27 December 2009. http://movies.ndtv.com/movie_story.aspx?ID=ENTEN20090122993&keyword=television&subcatg=MOVIESINDIA। আহৰণ কৰা হৈছে: 13 June 2011.
- ↑ "Tabu holds 'Haider' screening for close friends". Deccan Chronicle. 2 October 2014. http://www.deccanchronicle.com/141002/entertainment-bollywood/gallery/tabu-holds-haider-screening-close-friends?gImgId=191927। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ "Farah Naaz Marriage: The Dainty Beauty's Tumultuous Love Life". 22 October 2016. http://www.thebridalbox.com/articles/farha-naaz-marriage_0036673/.