মেক্স প্লাংক (ইংৰাজী: Max Planck; এপ্ৰিল ২৩, ১৮৫৮ – অক্টোবৰ ৪, ১৮৪৭) আছিল এগৰাকী জাৰ্মান তাত্ত্বিক পদাৰ্থবিজ্ঞানী। মেক্স প্লেংক কোৱাণ্টাম বলবিজ্ঞান বা কোৱাণ্টাম তত্ত্বৰ জনক হিচাপে পৰিচিত আৰু ইয়াৰ বাবেই তেওঁ ১৯১৮ চনত পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।

মেক্স প্লাংকৰ আলোকচিত্ৰ

উদ্ধৃতিসমূহ

সম্পাদনা কৰক
  1. অহংকাৰ হৈছে মানুহৰ চেতনাৰ তাৎক্ষণিক নিৰ্দেশ।

বাহ্যিক সংযোগ

সম্পাদনা কৰক
 
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: