ৱিকিপিডিয়া:সহায়িকা/উপসংহাৰ
মুখ্য সহায় পৃষ্ঠা ·
প্ৰশ্ন থাকিলে ·
ৱিকি ক'ডসমূহ জানিবলৈ ·
সততে উদিত প্ৰশ্নসমূহ (FAQ) ·
অৰ্থকোষ · |
ভূমিকা | সম্পাদনা | আংগিক | ৱিকিপিডিয়া লিংক | উদ্ধৃতি | আলোচনা পৃষ্ঠা | স্মৰ্তব্য | পঞ্জীয়ন | উপসংহাৰ |
এতিয়া আপুনি ৱিকিপিডিয়ালৈ বৰঙণি যোগাবৰ বাবে জৰুৰী কথাখিনি গম পালে। এই সহায়িকাৰ বিষয়ে কিবা মতামত দিব বিচাৰে নেকি? কিবা কথা ভালকৈ বুজোৱা হোৱা নাই নেকি বা কিবা ইয়াত নথকা কিবা বস্তুৰ বিষয়ে জানিব খুজিছে নেকি? তেন্তে এই সহায়িকাৰ আলোচনা পৃষ্ঠাত আপোনাৰ মন্তব্য লিখক। আপোনাক আৰু সহায় লাগিলে সহায়:পাঠ্য নামৰ মুখ্য সাহায্য পৃষ্ঠা চাওক (চাইডবাৰৰ "সহায়" লিংকটোত ক্লিক কৰিলেই পাব)। অতিৰিক্ত শিক্ষণ সজুঁলি, ভিডিঅ', টিউটৰিয়েল আৰু হেণ্ডআউটৰ বাবে ৱিকিমিডিয়া পুথিঘৰ চাওক।
শিকিবলৈ আৰু কিবা বাকী আছে নেকি?
এই সহায়িকাক সংক্ষিপ্ত ৰূপত ৰখা হৈছে, কিন্তু আপুনি ইচ্ছা কৰিলে আৰু কথা শিকিব পাৰে। তাৰ কাৰণে তলৰ সংযোগবোৰত ক্লিক কৰক।
পৰামৰ্শ আৰু সাধাৰণ তথ্য...
- সততে উদিত হোৱা প্ৰশ্নসমূহে ৱিকিপিডিয়া বিষয়ক সাধাৰণ প্ৰশ্নসমূহৰ উত্তৰ দিয়ে।
- ভুল এৰাই চলক পৃষ্ঠাখনত সাধাৰণ ভুলবোৰ এৰাই চলিবলৈ সহায় কৰিব।
- কেনেকৈ লিখিব লাগে জানে, অথচ কি লিখিব তাক লৈ বিমোৰত পৰিছে? সহায়ৰ বাবে ৱিকিপিডিয়ালৈ বৰঙণি চাওক।
- প্ৰবন্ধৰ বিকাশ পৃষ্ঠাত প্ৰবন্ধ এটাই কেনেকৈ গঢ় লয় জানক।
- এই মাপকাঠীসমূহৰ ভিত্তিত ৱিকিপিডিয়াৰ কিছুমান শ্ৰেষ্ঠ প্ৰবন্ধৰ উদাহৰণ।
- সংক্ষিপ্ত অৰ্থকোষ — আপুনি সততে পাবলগীয়া দহটা শব্দ।
- ৱিকিপিডিয়া:হেৰোৱা হাতপুথিত ৱিকিপিডিয়াৰ সম্পূৰ্ণ পাঠ শিকিব খোজাসকলৰ বাবে প্ৰণালীবদ্ধ নিৰ্দেশাৱলী আছে আৰু ই বিনামূলীয়াকৈ উপলব্ধ।
নীতি প্ৰসংগ ...
- পঞ্চস্তম্ভ হৈছে ৱিকিপিডিয়াত মানি চলিবলগীয়া মূল নীতিসমূহৰ সাৰাংশ।
- নীতি আৰু নিৰ্দেশাৱলী।
সম্পাদনা প্ৰসংগ...
- "নকলৰ পুৰীয়া"ত প্ৰাথমিক সম্পাদনা কমাণ্ডসমূহ সন্নিৱিষ্ট কৰা হৈছে।
- পৃষ্ঠা সম্পাদনা কেনেকৈ কৰিব ৰচনাত সম্পাদনাৰ সবিশেষ তথ্য আছে।
- প্ৰবন্ধ এটা কেনেকৈ আৰম্ভ কৰিব
- ৰচনাশৈলীৰ হাতপুথিত ৱিকিপিডিয়াত প্ৰবন্ধ লিখাৰ শৈলীৰ বিষয়ে জানিব।
- নিৰপেক্ষ দৃষ্টিভঙ্গী সহায়িকাত নিৰপেক্ষতাৰে লিখাৰ বিষয়ে পাব।
- উদাহৰণমূলক প্ৰবন্ধ
- অসমীয়া ৱিকিপিডিয়াৰ বাটচ'ৰাত বিভিন্ন সমলসমূহ পাব।
নতুন প্ৰবন্ধ সৃষ্টি
- আপুনি যদি নিজৰ প্ৰবন্ধ সৃষ্টি কৰিবলৈ সাজু হৈছে, তেন্তে প্ৰবন্ধ বিশেষজ্ঞ ব্যৱহাৰৰ কথা বিবেচনা কৰক। (ইং ৱিকি চমুপথ: WP:WIZ)।