সাবৰমতী আশ্ৰম

মহাত্মা গান্ধীৰ বাসগৃহ (১৯১৭-১৯৩০)

সাবৰমতী আশ্ৰম (ইংৰাজী: Sabarmati Ashram) ভাৰতগুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল। ১৯৫৭ চনত এই আশ্ৰমখন স্থানান্তৰ কৰি সাবৰমতী নদীৰ পাৰত স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই আশ্ৰমখনৰ নাম সবৰমতী ৰখা হয়। ইতিহাসবিদ সকলে পৌৰাণিক দধীচি ঋষিৰ আশ্ৰমখনো এই ঠাইতে আছিল বুলি বিভিন্ন মত প্ৰকাশ কৰিছে।

সাবৰমতী আশ্ৰম

সাবৰমতী আশ্ৰম, আহমেদাবাদ
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/India Gujarat" does not exist.
ভূ-স্থানাংক 23°03′36″N 72°34′51″E / 23.06°N 72.58083°E / 23.06; 72.58083
নাম
অন্য নাম সত্যাগ্ৰহ আশ্ৰম আৰু হৰিজন আশ্ৰম
আনুস্থানিক নাম সাবৰমতী আশ্ৰম
স্থান
দেশ ভাৰত
ৰাজ্য গুজৰাট
স্থান সাবৰমতী আশ্ৰম, আহমেদাবাদ
ইতিহাস
নিৰ্মাণকাল
(বৰ্তমান গৃহ)
১৭ জুন ১৯১৭
স্থপতি চাৰ্লচ কোৰিয়া
ৱেবছাইট www.gandhiashramsabarmati.org

আশ্ৰমখন গছৰ শীতল ছাঁত স্থিত। আশ্ৰমখনৰ এফালে কেন্দ্ৰীয় কাৰাগাৰ আৰু আনফালে শ্মশান আছে।

আলোকচিত্ৰৰ ভঁৰাল

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক