ইণ্টাৰনেট মুভি ডাটাবেছ
ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলভ্য এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]
Type of site |
চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল |
---|---|
Available in | ইংৰাজী |
Owner | আমাজন |
Created by | কোল নীধাম (CEO) |
Subsidiaries | বক্স অফিচ ম'জ' |
URL | www |
Commercial | হয় |
Registration | ঐচ্ছিক |
Launched | ১৭ অক্টোবৰ ১৯৯০ |
Current status | সক্ৰিয় |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "imdb.com Competitive Analysis, Marketing Mix and Traffic - Alexa". www.alexa.com. Archived from the original on 21 October 2019. https://web.archive.org/web/20191021003318/https://www.alexa.com/siteinfo/imdb.com। আহৰণ কৰা হৈছে: 11 February 2020.
- ↑ "News Release". PR Newswire Europe Ltd.. http://www.prnewswire.co.uk/cgi/news/release?id=37602। আহৰণ কৰা হৈছে: 2007-01-15.
বাহ্যিক সংযোগ
সম্পাদনা কৰক ৱিকিতথ্যত থকা তথ্য:
|