সমললৈ যাওক

মোৰো এটা সপোন আছে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউদ্ধৃতিৰ পৰা
Content deleted Content added
Created page with "'''মোৰো এটা সপোন আছে''' হৈছে ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷ "
 
No edit summary
১ নং শাৰী: ১ নং শাৰী:
'''মোৰো এটা সপোন আছে''' হৈছে [[ৰুবুল মাউত|ৰুবুল মাউত]]ৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷
'''মোৰো এটা সপোন আছে''' হৈছে [[ৰুবুল মাউত|ৰুবুল মাউত]]ৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷


==উদ্ধৃতি==
#সপোন প্ৰত্যেকৰে আছেই। অভাৱ-অনাতনে শীৰ্ণ কৰা আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন সপোনবোৰ যেন মোৰ কাণত আহি প্ৰতিধ্বনিত হ’লহি। বুকুত গুপুতে পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে মোক যেন ৰিঙিয়াই কৈছিল— মোৰো এটা সপোন আছে।<ref>মোৰো এটা সপোন আছে।<ref name="মোৰো এটা সপোন আছে">{{Cite book | title=মোৰো এটা সপোন আছে | publisher=> পূৰ্বায়ণ প্ৰকাশন | author=ৰুবুল মাউত | year=> | pages=১৫৭}}</ref>
==উৎস==
˞{{Reflist}}


[[Category:অসমীয়া গ্ৰন্থ]]

১৫:৪৮, ২৫ মে' ২০২২ৰ সংস্কৰণ

মোৰো এটা সপোন আছে হৈছে ৰুবুল মাউতৰ দ্বাৰা ৰচিত এখন আত্মজীৱনীমূলক গ্ৰন্থ৷

উদ্ধৃতি

  1. সপোন প্ৰত্যেকৰে আছেই। অভাৱ-অনাতনে শীৰ্ণ কৰা আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন সপোনবোৰ যেন মোৰ কাণত আহি প্ৰতিধ্বনিত হ’লহি। বুকুত গুপুতে পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে মোক যেন ৰিঙিয়াই কৈছিল— মোৰো এটা সপোন আছে।উদ্ধৃতি ত্ৰুটি: </ref> বন্ধ কৰা হৈছে; <ref> টেগৰ বাবে পোৱা নাই

উৎস

˞