সমললৈ যাওক

সপোন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউদ্ধৃতিৰ পৰা
Content deleted Content added
bot: Removing interwiki template; the page is now connected to d:Q36348
 
২৩ নং শাৰী: ২৩ নং শাৰী:
==উৎস==
==উৎস==
{{Reflist}}
{{Reflist}}

[[শ্ৰেণী:বিষয়বস্তু]]

২৩:৩৯, ৩১ জুলাই ২০২৩ অনুযায়ী বৰ্তমান সংস্কৰণ

  • ভৱিষ্যত তেওঁলোকৰ যিয়ে সপোনৰ সৌন্দৰ্যত বিশ্বাস কৰে।
    • ইলিয়ানৰ ৰুজভেল্ট
  • আমাৰ সকলো সপোন বাস্তৱায়িত হ’ব পাৰে, যদিহে আমি সেই সপোনবোৰক সাধন কৰাৰ সাহস ৰাখোঁ।
    • ৱাল্ট ডিজনী
  • সপোন বাস্তৱায়িত কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল সাৰ পোৱা।
  • প্ৰথমে সপোন নেদেখালৈকে একো নহয়।
    • কাৰ্ল ছেণ্ডবাৰ্গ
  • যেতিয়ালৈকে সপোনৰ ঠাই অনুশোচনাই অধিকাৰ নকৰে তেতিয়ালৈকে মানুহ এজন বুঢ়া নহয়।
    • জন বেৰীম’ৰ
  • যেতিয়া আপুনি সপোন দেখিবলৈ বন্ধ কৰে তেতিয়াই আপুনি জীয়াই থকাটো বন্ধ কৰে।
    • মেলকম ফ’ৰ্বছ