সপোন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
-chanakyakdas (আলোচনা | বৰঙণি) |
অ added Category:বিষয়বস্তু using HotCat |
||
(৩জন সদস্যই কৰা ৩টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই) | |||
২৪ নং শাৰী: | ২৪ নং শাৰী: | ||
{{Reflist}} |
{{Reflist}} |
||
[[শ্ৰেণী:বিষয়বস্তু]] |
২৩:৩৯, ৩১ জুলাই ২০২৩ অনুযায়ী বৰ্তমান সংস্কৰণ
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আপোনাৰ সপোনবোৰ সঁচা হোৱাৰ আগতে আপুনি সপোন দেখিব লাগিব।
- ভৱিষ্যত তেওঁলোকৰ যিয়ে সপোনৰ সৌন্দৰ্যত বিশ্বাস কৰে।
- ইলিয়ানৰ ৰুজভেল্ট
- আমাৰ সকলো সপোন বাস্তৱায়িত হ’ব পাৰে, যদিহে আমি সেই সপোনবোৰক সাধন কৰাৰ সাহস ৰাখোঁ।
- ৱাল্ট ডিজনী
- সপোন বাস্তৱায়িত কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল সাৰ পোৱা।
- প্ৰথমে সপোন নেদেখালৈকে একো নহয়।
- কাৰ্ল ছেণ্ডবাৰ্গ
- যেতিয়ালৈকে সপোনৰ ঠাই অনুশোচনাই অধিকাৰ নকৰে তেতিয়ালৈকে মানুহ এজন বুঢ়া নহয়।
- জন বেৰীম’ৰ
- যেতিয়া আপুনি সপোন দেখিবলৈ বন্ধ কৰে তেতিয়াই আপুনি জীয়াই থকাটো বন্ধ কৰে।
- মেলকম ফ’ৰ্বছ