তামিলনাডু
তামিল নাডু தமிழ்நாடு | |||
— ৰাজ্য — | |||
|
|||
তামিল নাডুৰ অৱস্থান | |||
স্থানাঙ্ক | 13°05′N 80°16′E / 13.09°N 80.27°E | ||
দেশ | ভাৰত | ||
ৰাজ্য | তামিল নাডু | ||
জিলাৰ সংখ্যা | ৩২ | ||
Established | ১ নৱেম্বৰ, ১৯৫৬† | ||
ৰাজধানী | চেন্নাই | ||
মহানগৰ | চেন্নাই | ||
ৰাজ্যপাল | |||
মুখ্যমন্ত্ৰী | |||
বিধানসভা (আসন) | এককক্ষীয় (২৩৪) | ||
জনসংখ্যা • ঘনত্ব |
6,63,96,000 (৭ম) • 511 /কিমি২ (1,323 /বৰ্গ মাইল) | ||
চৰকাৰী ভাষা | তামিল | ||
---|---|---|---|
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||
মাটিকালি | >130058 km2 (50216 sq mi) | ||
ISO 3166-2 | IN-TN | ||
পাদটিকা
| |||
ৱেবছাইট | tn.gov.in |
তামিলনাডু (তামিলে: தமிழ்நாடு তাম্যিল্ড়্ নাড়্যি আ-ধ্ব-ব: [t̪ɐmɨɻ n̪aːɽɯ]) ভাৰতীয় প্ৰজাতন্ত্ৰৰ ২৮খন ৰাজ্যৰ অন্যতম। এই ৰাজ্যৰ ৰাজধানী চেন্নাই (পূৰ্বতে মাদ্ৰাজ)। তামিলনাডু ভাৰতীয় উপদ্বীপৰ দক্ষিণত অৱস্থিত। এই ৰাজ্যৰ সীমাত পণ্ডিচেৰী, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ অৱস্থিত। তামিলনাড়ুৰ ভৌগোলিক উত্তৰ দিশত পূৰ্বঘাট, পশ্চিম দিশত নীলগিৰি, আন্নামালাই পৰ্বত আৰু পালাক্কাদ, পূব দিশত বঙ্গোপসাগৰ, দক্ষিণ পূব দিশত মান্নাৰ উপসাগৰ আৰু পক প্ৰণালী আৰু দক্ষিণত ভাৰত মহাসাগৰ অৱস্থিত।
আয়তনৰ দিশৰ পৰা তামিলনাডু ভাৰতৰ একাদশ (এই ৰাজ্যেৰ আয়তন গ্ৰীছৰ সমান) আৰু জনসংখ্যাৰ ফালৰ পৰা সপ্তম বৃহত্তম ৰাজ্য।[2] অন্যদিশে এই ৰাজ্য ভাৰতৰ জিডিপিৰ পঞ্চম বৃহত্তম অৱদানকাৰী[3] আৰু ভাৰতৰ সবাতোকৈ অধিক পৰিমাণ নগৰায়িত ৰাজ্য।[4] ভাৰতৰ সৰ্বাধিক সংখ্যক বাণিজ্যিক সংস্থা (১০.৫৬%) এই ৰাজ্যত অৱস্থিত।[5][6]
প্ৰায় ৫০০খ্ৰীষ্টপূৰ্বৰ পৰা তামিলনাড়ু ভূখণ্ড তামিল জাতিৰ আৱাসস্থল। প্ৰায় ১৫০০-২০০০ বছৰ ধৰি এই অঞ্চলৰ প্ৰচলিত ভাষা তামিল বিভিন্ন লেখা আৰু সাহিত্যত ব্যৱহৃত হৈ আহিছে। তামিলনাড়ু প্ৰাকৃতিক সম্পদ, দ্ৰাবিড় স্থাপত্যৰ বিশালাকাৰ হিন্দু মন্দিৰ, শৈলচহৰ, সমুদ্ৰ তীৰ, বিভিন্ন ধৰ্মৰ তীৰ্থস্থানৰে পৰিপূৰ্ণ ৰাজ্য। এই ৰাজ্যত ৪টা ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আছে।[7][8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Tamil Nadu Legislative Assembly[সংযোগবিহীন উৎস].
- ↑ Population of Tamil Nadu as of 01/07/2008.
- ↑ Gross Domestic Product by prices as of 28 February 2008.
- ↑ Tamil Nadu the most urbanised State: Minister[সংযোগবিহীন উৎস].
- ↑ Enterprises in India.
- ↑ "Tamil Nadu, The best place to do business". 12 November 2005. http://in.rediff.com/money/2005/nov/12guest2.htm। আহৰণ কৰা হৈছে: 18 October 2007.
- ↑ Press Information Bureau.
- ↑ UNESCO World Heritage List.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]তামিলনাডুৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পত অধিক জানক: | |
সংজ্ঞা আৰু অনুবাদ ৱিক্স্যনেৰীৰ পৰা | |
চিত্ৰ আৰু মিডিয়া কমন্ছৰ পৰা | |
শৈক্ষিক সমল ৱিকিভাৰ্চিটীৰ পৰা | |
নতুন খবৰ ৱিকিনিউজৰ পৰা | |
উক্তি ৱিকিকোৱ'টৰ পৰা | |
উত্স পাঠ্য ৱিকিচ'ৰ্ছৰ পৰা | |
পাঠ্যপুথি ৱিকিবুক্ছৰ পৰা |
- Tamil Nadu বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Tamil Nadu | A compendium of Tamil culture, heritage and tradition tamilnadu.com
- TN Government Guideline value Archived 2013-10-31 at the Wayback Machine
- Tamil Nadu Government Website
- Department of Tourism, Government of Tamil Nadu
অন্ধ্ৰ প্ৰদেশ | ||||
কেৰালা | বঙ্গোপসাগৰ | |||
তামিলনাডু | ||||
ভাৰত মহাসাগৰ |
|