সমললৈ যাওক

ৱিকিপিডিয়া:আপুনি জানেনে সংৰক্ষণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আজিৰ আপুনি জানেনে

[সম্পাদনা কৰক]
  • ...যে গুগল (Google) কোম্পানীৰ মালিকে গুগ'লৰ (Googol)ৰ বানান ভুল কৰিলে?
  • ...যে নিগনিয়ে আকালৰ সময়ত নিজৰ নেজো খায়?
  • ...যে এটি ৰামানুজ যুগ্ম সংখ্যা?
  • ...যে হাজং ভাষা এটি ভাৰতীয় আৰ্য ভাষা যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে?
  • ...যে ৬বছৰীয়া কৌটিল্য পণ্ডিতে ২১৩ দেশৰ ভূগোল, জনমুৰি আয়, মুঠ ঘৰুৱা উৎপাদন আদিৰ বিষয়ে সহজে ক'ব পাৰে?