সমললৈ যাওক

চৈতন্য মহাপ্ৰভু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
07:20, 9 December 2024-ত Babulbaishya (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)

চৈতন্য মহাপ্ৰভু ১৬ শতাব্দীৰ বৈষ্ণৱ ধৰ্মৰ এজন সন্ত , ভাগৱতীয় ভক্তি তথা নাম ধৰ্মৰ প্ৰচাৰক । তেৰাৰ জন্ম ১৪৮৬ খ্ৰ ী: ত বংগৰ নদীয়াত হয় । তেওঁ ' হৰে কৃষ্ণ' মহামন্ত্ৰটি প্ৰচাৰ কৰাৰ লগতেই সংস্কৃতত শিক্ষাষ্টকৰ (ভক্তিবাদী আঠ টা শ্লোকৰ প্ৰাৰ্থনা) ৰচনা কৰে । গৌড়ীয় বৈষ্ণৱ প্ৰন্থাত তেওঁক শ্ৰীকৃষ্ণৰ ভক্তৰূপী অৱতাৰ বুলি মান্যতা দিয়া হয় । গৌৰ বৰ্ণৰ বাৱে তেওঁ ৰ অান এটা নাম গৌৰাঙ্গ ; তেৰাৰ, পিতৃ প্ৰদত্ত নাম বিশ্বম্ভৰ আৰু মাতৃ প্ৰদত্ত নাম নিমাই ।