সমললৈ যাওক

ৰাঙল ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
14:26, 25 October 2022-ত EN-Jungwon (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎তথ্য সংগ্ৰহ: clean up, replaced: [[Category: → [[শ্ৰেণী: using AWB)
(সালসলনি) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (সালসলনি) | নতুন সংশোধন → (সালসলনি)
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
ৰাঙল ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Gentianales
পৰিয়াল: Rubiaceae
উপপৰিয়াল: Ixoroideae
গণ: Ixora
প্ৰজাতি

প্ৰায় ৫৬২ টা

সমাৰ্থক

ৰাঙল ফুল বা ইক্সৰা (ইংৰাজী: Ixora) হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ।[1] ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়। আমেৰিকাত ইয়াক ৱেষ্ট ইণ্ডিয়ান জেছ্‌মিন (West Indian Jasmine) বুলি কয়। ইয়াৰ অন্য নামবোৰ হৈছে ভিৰুচি (viruchi), ৰঙ্গন (rangan), খেমে (kheme), পন্না (ponna), চান টানিয়া (chann tanea), টেচি (techi), পান (pan), ছিয়াণ্টান (siantan), জাৰুম−জাৰুম/জেজাৰুম (jarum-jarum/jejarum), জাংগল ফ্লেম (jungle flame), জাংগল গেৰাণিয়াম (jungle geranium), ক্ৰুজ ডে মাল্টা (cruz de Malta) ইত্যাদি। ইয়াক সাধাৰণতে হিন্দু পুজা আৰু আয়ুৰ্বেদ আৰু ভাৰতীয় পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

নিৰ্বাচিত প্ৰজাতি

[সম্পাদনা কৰক]
সম্পূৰ্ণ তালিকাৰ বাবে, ইক্সৰা প্ৰজাতিসমূহৰ তালিকা চাওক

চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The World Checklist of Rubiaceae". http://wcsp.science.kew.org। আহৰণ কৰা হৈছে: 16 November 2017.