সমললৈ যাওক

জুহি ফুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Stub icon এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
জুহি ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Oleaceae
গণ: Jasminum
প্ৰজাতি: J. auriculatum
বৈজ্ঞানিক নাম
Jasminum auriculatum
Vahl
Rain drops on jasmine bud

জুহি ফুল (বৈজ্ঞানিক নাম: Jasminum auriculatum) হৈছে অ’লেচিয়া পৰিয়ালৰ অন্তৰ্গত জেছ্‌মিনৰ এটা প্ৰজাতি। ইয়াক ভাৰত, নেপাল, শ্ৰীলংকা, ভুটান আৰু আন্দামান দ্বীপপুঞ্জত পোৱা যায়।[1][2] ইয়াৰ ফুলত থকা অতি দৰকাৰী তেলৰ বাবে ভাৰত আৰু থাইলেণ্ডত ইয়াৰ ব্যৱসায়িকভাৱে কৃষি কৰা হয়। ভাৰতত ইয়াক সৌন্দৰ্য বৰ্দ্ধন আৰু উৎসৱত ব্যৱহাৰ কৰা হয়। বঙালী ভাষাত ইয়াক "জুই" (JUI) বুলি কোৱা হয়।[3]

অন্ধ্ৰপ্ৰদেশচিতোৰত তোলা ছবি

নামকৰণ

'জেছ্‌মিনাম (Jasminum)' শব্দটো আৰবি শব্দ ‘য়াছমিন (yasemin)’ শব্দৰ লেটিন ৰূপ, যাৰ অৰ্থ হৈছে মিঠা গন্ধযুক্ত উদ্ভিদ।[4]

তথ্য সংগ্ৰহ

  1. Kew World Checklist of Selected Plant Families, Jasminum auriculatum
  2. Vahl, Martin. 1794. Symbolae Botanicae 3:1.
  3. Plant Resources of Southeast Asia http://proseanet.org/
  4. Gledhill, David (2008). "The Names of Plants". Cambridge University Press. আই.এচ.বি.এন. 9780521866453 (hardback), আই.এচ.বি.এন. 9780521685535 (paperback). pp 220