সমললৈ যাওক

বগা হাতী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
4 নং শাৰী: 4 নং শাৰী:
কেতিয়াবা “বগা হাতী’’ বাক্যাংশ খণ্ড বাক্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে, এনে এটা সম্পত্তি, যাক মালিকে পেলাই দিবও নোৱাৰে আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ লগত ইয়াৰ উপযোগিতা সমানুপাতিক নহয়। আধুনিক ব্যৱহাৰত ই ব্যয়বহুল বুলি বিবেচিত কিন্তু ইয়াৰ মূলধন (অধিগ্ৰহণ) আৰু পৰিচালনা (ৰক্ষণাবেক্ষণ) খৰচৰ তুলনাত সমতুল্য উপযোগিতা বা মূল্য নথকা কোনো বস্তু, নিৰ্মাণ প্ৰকল্প, আঁচনি, ব্যৱসায়িক উদ্যোগ, সুবিধা আদি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা ই এক উপমা উপমা।<ref>{{cite web|url=http://oxforddictionaries.com/definition/english/white%2Belephant |archive-url=https://web.archive.org/web/20130510064252/http://oxforddictionaries.com/definition/english/white%2Belephant |url-status=dead |archive-date=10 May 2013 |title=Home : Oxford English Dictionary |publisher=oxforddictionaries.com |access-date=25 April 2013}}</ref>
কেতিয়াবা “বগা হাতী’’ বাক্যাংশ খণ্ড বাক্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে, এনে এটা সম্পত্তি, যাক মালিকে পেলাই দিবও নোৱাৰে আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ লগত ইয়াৰ উপযোগিতা সমানুপাতিক নহয়। আধুনিক ব্যৱহাৰত ই ব্যয়বহুল বুলি বিবেচিত কিন্তু ইয়াৰ মূলধন (অধিগ্ৰহণ) আৰু পৰিচালনা (ৰক্ষণাবেক্ষণ) খৰচৰ তুলনাত সমতুল্য উপযোগিতা বা মূল্য নথকা কোনো বস্তু, নিৰ্মাণ প্ৰকল্প, আঁচনি, ব্যৱসায়িক উদ্যোগ, সুবিধা আদি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা ই এক উপমা উপমা।<ref>{{cite web|url=http://oxforddictionaries.com/definition/english/white%2Belephant |archive-url=https://web.archive.org/web/20130510064252/http://oxforddictionaries.com/definition/english/white%2Belephant |url-status=dead |archive-date=10 May 2013 |title=Home : Oxford English Dictionary |publisher=oxforddictionaries.com |access-date=25 April 2013}}</ref>


==ইতিহাস==
[[File:Lord White Elephant.jpg|thumb|১৮৫৫ চনৰ অমৰপুৰ ৰাজপ্ৰসাদৰ এটা গা হাতী]]
[[File:Lord White Elephant.jpg|thumb|১৮৫৫ চনৰ অমৰপুৰ ৰাজপ্ৰসাদৰ এটা গা হাতী]]
বাৰ্মা, থাইলেণ্ড (চিয়াম), লাওছ আৰু কম্বোডিয়া আদি কৰি দক্ষিণ-পূব এছিয়াৰ ৰজাসকলে পুহি ৰখা পবিত্ৰ বগা হাতীবোৰৰ পৰা এই শব্দটোৰ উৎপত্তি হৈছে৷<ref>[http://www.thailandelephant.org/en/royalstable.html "Royal Elephant Stable"] {{Webarchive|url=https://web.archive.org/web/20210309020106/http://www.thailandelephant.org/en/royalstable.html |date=9 March 2021 }}. Thai Elephant Conservation Center.</ref> এটা বগা হাতী এটাৰ অধিকাৰী হোৱাটো থাইলেণ্ড আৰু বাৰ্মাত এতিয়াও ৰাজ্যখন শান্তি আৰু সমৃদ্ধিৰ দ্বাৰা ধন্য হোৱা আৰু ৰজাই ন্যায় আৰু ক্ষমতাৰে ৰাজত্ব কৰাৰ চিন হিচাপে গণ্য কৰা হয়। যিয়ে এনে আকাৰৰ এক বিশেষ জন্তুৰ মালিক, সেইজন ব্যক্তিকেই অগাধ ধন-সম্পত্তিৰ অধিকাৰী বুলি ভবা হৈছিল। ৰজাসকলে প্ৰায়ে তেওঁলোকৰ আনুষ্ঠানিক পৰিচয়সূচক চিনাকিত বগা হাতী থকাৰ কথা উল্লেখ কৰিছিল৷<ref name="leider">{{cite journal|last=Leider|first=Jacques P.|date=December 2011|title=A Kingship by Merit and Cosmic Investiture|journal=Journal of Burma Studies|volume=15|issue=2|doi=10.1353/jbs.2011.0012|s2cid=153995925|url=http://muse.jhu.edu/journals/journal_of_burma_studies/v015/15.2.leider.html}}</ref>যিহেতু জন্তুবোৰক পবিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু আইনে ইহঁতক সাধাৰণ শ্ৰমৰ পৰা ৰক্ষা কৰিছিল, সেয়েহে ৰজাৰ পৰা বগা হাতী উপহাৰ পোৱাটো একেলগে আশীৰ্বাদ আৰু অভিশাপ আছিল। ই আশীৰ্বাদ আছিল, কাৰণ জন্তুটো পৱিত্ৰ আৰু ৰজাৰ অনুগ্ৰহৰ চিন; আনহাতে ই অভিশাপ, কাৰণ গ্ৰহণকাৰীৰ হাতত এতিয়া এটা মূল্যবান জন্তু আছে যিটো তেওঁ এৰি দিবও নোৱাৰে আৰু বেছিকৈ কামতো ব্যৱহাৰ কৰিব নোৱাৰে। পশ্চিমীয়া দেশসমূহত পূৰণ কৰিব নোৱাৰা ব্যয়বহুল বোজাৰ সৈতে জড়িত বিষয়ত "বগা হাতী" শব্দটো প্ৰথমবাৰৰ বাবে ১৭ শতিকাত ব্যৱহাৰ কৰা হৈছিল আৰু ১৯ শতিকাৰ পৰা ইয়াৰ প্ৰচলন হৈছিল৷<ref>{{cite book|last1=Ammer|first1=Christine|title=The American Heritage Dictionary of Idioms, Second Edition|date=2013|publisher=Houghton Mifflin Harcourt|isbn=978-0547677538|url=https://books.google.com/books?id=9QuEiIMaBt0C&pg=PA495}}</ref> এটা সূত্ৰৰ মতে এই “বগা হাতী’’ শব্দাংশ জনপ্ৰিয় কৰা হৈছিল ''পি টি বাৰ্নাম''ৰ ''টৌং টালৌং'' নামৰ হাতী এটাৰ অভিজ্ঞতাৰ পৰা, যিটোক তেওঁ "বাৰ্মাৰ পবিত্ৰ বগা হাতী" বুলি ক্ৰয় কৰিছিল। বহু কষ্ট আৰু বহু খৰচৰ অন্তত অৱশেষত বাৰ্নামে চিয়ামৰ ৰজাৰ পৰা জন্তুটো লাভ কৰিলে, আৰু আৱিষ্কাৰ কৰিলে যে, তেওঁ কিনা "বগা হাতী"টো আচলতে এটা লেতেৰা ধূসৰ ৰঙৰ আৰু গাত কেইটামান গোলাপী দাগ থকা৷<ref>{{cite book|last1=Harding|first1=Les|title=Elephant Story: Jumbo and P.T. Barnum Under the Big Top|date=1999|publisher=McFarland|location=Jefferson, N.C.|isbn=0786406321|page=110|url=https://books.google.com/books?id=iDllhLZcF0IC&pg=PA110}}</ref>
==তথ্য সূত্ৰ==
==তথ্য সূত্ৰ==

18:39, 14 January 2024ৰ সংস্কৰণ

বগা হাতী(ইংৰাজী: White Elephant) সাধাৰণ হাতীৰেই এটা প্ৰকাৰ, যাৰ ৰং বগা আৰু ইয়াক পৃথিৱীৰ ঠাই বিশেষে পোৱা যায়। আফ্ৰিকা, ম্যানমাৰ আদি ঠাইত বগা হাতী পোৱা যায়। মান দেশৰ ৰজাই বগা হাতী পালন কৰাৰ কথা জনা যায়।[1]

কেতিয়াবা “বগা হাতী’’ বাক্যাংশ খণ্ড বাক্য হিচাপে ব্যৱহাৰ কৰা হয়। যেনে, এনে এটা সম্পত্তি, যাক মালিকে পেলাই দিবও নোৱাৰে আৰু ৰক্ষণাবেক্ষণৰ খৰচৰ লগত ইয়াৰ উপযোগিতা সমানুপাতিক নহয়। আধুনিক ব্যৱহাৰত ই ব্যয়বহুল বুলি বিবেচিত কিন্তু ইয়াৰ মূলধন (অধিগ্ৰহণ) আৰু পৰিচালনা (ৰক্ষণাবেক্ষণ) খৰচৰ তুলনাত সমতুল্য উপযোগিতা বা মূল্য নথকা কোনো বস্তু, নিৰ্মাণ প্ৰকল্প, আঁচনি, ব্যৱসায়িক উদ্যোগ, সুবিধা আদি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা ই এক উপমা উপমা।[2]

ইতিহাস

১৮৫৫ চনৰ অমৰপুৰ ৰাজপ্ৰসাদৰ এটা গা হাতী

বাৰ্মা, থাইলেণ্ড (চিয়াম), লাওছ আৰু কম্বোডিয়া আদি কৰি দক্ষিণ-পূব এছিয়াৰ ৰজাসকলে পুহি ৰখা পবিত্ৰ বগা হাতীবোৰৰ পৰা এই শব্দটোৰ উৎপত্তি হৈছে৷[3] এটা বগা হাতী এটাৰ অধিকাৰী হোৱাটো থাইলেণ্ড আৰু বাৰ্মাত এতিয়াও ৰাজ্যখন শান্তি আৰু সমৃদ্ধিৰ দ্বাৰা ধন্য হোৱা আৰু ৰজাই ন্যায় আৰু ক্ষমতাৰে ৰাজত্ব কৰাৰ চিন হিচাপে গণ্য কৰা হয়। যিয়ে এনে আকাৰৰ এক বিশেষ জন্তুৰ মালিক, সেইজন ব্যক্তিকেই অগাধ ধন-সম্পত্তিৰ অধিকাৰী বুলি ভবা হৈছিল। ৰজাসকলে প্ৰায়ে তেওঁলোকৰ আনুষ্ঠানিক পৰিচয়সূচক চিনাকিত বগা হাতী থকাৰ কথা উল্লেখ কৰিছিল৷[4]যিহেতু জন্তুবোৰক পবিত্ৰ বুলি গণ্য কৰা হৈছিল আৰু আইনে ইহঁতক সাধাৰণ শ্ৰমৰ পৰা ৰক্ষা কৰিছিল, সেয়েহে ৰজাৰ পৰা বগা হাতী উপহাৰ পোৱাটো একেলগে আশীৰ্বাদ আৰু অভিশাপ আছিল। ই আশীৰ্বাদ আছিল, কাৰণ জন্তুটো পৱিত্ৰ আৰু ৰজাৰ অনুগ্ৰহৰ চিন; আনহাতে ই অভিশাপ, কাৰণ গ্ৰহণকাৰীৰ হাতত এতিয়া এটা মূল্যবান জন্তু আছে যিটো তেওঁ এৰি দিবও নোৱাৰে আৰু বেছিকৈ কামতো ব্যৱহাৰ কৰিব নোৱাৰে। পশ্চিমীয়া দেশসমূহত পূৰণ কৰিব নোৱাৰা ব্যয়বহুল বোজাৰ সৈতে জড়িত বিষয়ত "বগা হাতী" শব্দটো প্ৰথমবাৰৰ বাবে ১৭ শতিকাত ব্যৱহাৰ কৰা হৈছিল আৰু ১৯ শতিকাৰ পৰা ইয়াৰ প্ৰচলন হৈছিল৷[5] এটা সূত্ৰৰ মতে এই “বগা হাতী’’ শব্দাংশ জনপ্ৰিয় কৰা হৈছিল পি টি বাৰ্নামটৌং টালৌং নামৰ হাতী এটাৰ অভিজ্ঞতাৰ পৰা, যিটোক তেওঁ "বাৰ্মাৰ পবিত্ৰ বগা হাতী" বুলি ক্ৰয় কৰিছিল। বহু কষ্ট আৰু বহু খৰচৰ অন্তত অৱশেষত বাৰ্নামে চিয়ামৰ ৰজাৰ পৰা জন্তুটো লাভ কৰিলে, আৰু আৱিষ্কাৰ কৰিলে যে, তেওঁ কিনা "বগা হাতী"টো আচলতে এটা লেতেৰা ধূসৰ ৰঙৰ আৰু গাত কেইটামান গোলাপী দাগ থকা৷[6]

তথ্য সূত্ৰ

  1. "অসমীয়া ল’ৰাপাঠ, দ্বিতীয় ভাগ". https://as.wikisource.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B2%E0%A7%B0%E0%A6%BE%E0%A6%AA%E0%A6%BE%E0%A6%A0%E2%80%94_%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AD%E0%A6%BE%E0%A6%97। আহৰণ কৰা হৈছে: 14 January 2024. 
  2. "Home : Oxford English Dictionary". oxforddictionaries.com. http://oxforddictionaries.com/definition/english/white%2Belephant। আহৰণ কৰা হৈছে: 25 April 2013. 
  3. "Royal Elephant Stable" Archived 9 March 2021 at the Wayback Machine. Thai Elephant Conservation Center.
  4. Leider, Jacques P. (December 2011). "A Kingship by Merit and Cosmic Investiture". Journal of Burma Studies খণ্ড 15 (2). doi:10.1353/jbs.2011.0012. http://muse.jhu.edu/journals/journal_of_burma_studies/v015/15.2.leider.html. 
  5. Ammer, Christine (2013). The American Heritage Dictionary of Idioms, Second Edition. Houghton Mifflin Harcourt. ISBN 978-0547677538. https://books.google.com/books?id=9QuEiIMaBt0C&pg=PA495. 
  6. Harding, Les (1999). Elephant Story: Jumbo and P.T. Barnum Under the Big Top. প্ৰকাশক Jefferson, N.C.: McFarland. পৃষ্ঠা. 110. ISBN 0786406321. https://books.google.com/books?id=iDllhLZcF0IC&pg=PA110.