সমললৈ যাওক

বাৰুদ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
পৃষ্ঠা বাৰুদৰ পৰা বাৰুদ (চলচ্চিত্ৰ)লৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে
টেগ্‌: New redirect
 
টেগ্‌: Removed redirect
1 নং শাৰী: 1 নং শাৰী:
#REDIRECT [[বাৰুদ (চলচ্চিত্ৰ)]]
{{about|বিস্ফোৰকটো|একে নামৰ অসমীয়া চলচ্চিত্ৰখন|বাৰুদ (চলচ্চিত্ৰ)}}
[[File:Black Powder-1.JPG|thumb|right|বাৰুদ]]
'''বাৰুদ''' বা '''গানপাউদাৰ''' ({{Lang-en|Gunpowder}}) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ ({{Lang|en|S}}), এঙ্গাৰ ({{Lang|en|C}}) আৰু পটাছিয়াম নাইট্ৰেট ({{Lang|en|KNO<sub>3</sub>}})-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে পটাছিয়াম নাইট্ৰেটে জাৰক ৰূপে কাম কৰে।{{sfn|Agrawal|2010|p=69}}{{sfn|Cressy|2013}} বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আৰু গেছৰ পৰিমাণৰ বাবে ইয়াৰ ব্যাপক ব্যৱহাৰ আগ্নেয়াস্ত্ৰ, আৰ্টিলেৰি, ৰকেট তথা আতচবাজীত হয়; লগতে বিস্ফোৰক পদাৰ্থ হিচাপে খনন, কুৱেৰিং আৰু পথ নিৰ্মাণত ব্যৱহৃত হয়।

বাৰুদ নৱম শতিকাৰ [[চীন]]ৰ 'চাৰটি মহান আৱিষ্কাৰ'-ৰ মাজৰ এটা ৰূপে বিবেচনা কৰা হয়। ১৩ শতিকাৰ শেষৰফাললৈ বাৰুদৰ ব্যৱহাৰ [[ইউৰেছিয়া]]ৰ প্ৰায়ভাগ অংশতে বিয়পি পৰিছিল।{{sfn|Buchanan|2006|p=2}} আৰম্ভণিতে তাওবাদীসকলে ঔষধীয় উদ্দেশ্যেৰে তৈয়াৰ কৰা বাৰুদক প্ৰথম বাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হয় প্ৰায় ৯০৪ খ্ৰীষ্টাব্দত।{{sfn|Andrade|2016|p=31}}

তুলনামূলকভাবে মন্থৰ গেলি যোৱা হাৰ আৰু ফলস্বৰূপে কম [[:en:Brisance|ব্ৰিচেন্স]] ক্ষমতাৰ বাবে বাৰুদক এক নিম্মখাপৰ বিস্ফোৰক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।

==তথ্য সংগ্ৰহ==
{{Reflist}}

[[শ্ৰেণী:সামগ্ৰী]]

03:23, 25 April 2020ৰ সংস্কৰণ

বাৰুদ

বাৰুদ বা গানপাউদাৰ (ইংৰাজী: Gunpowder) হৈছে ৰাসায়নিক বিস্ফোৰক। ইয়াক ছালফাৰ (S), এঙ্গাৰ (C) আৰু পটাছিয়াম নাইট্ৰেট (KNO3)-ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ছালফাৰ আৰু এঙ্গাৰে ইন্ধন বা প্ৰজ্বালক হিচাপে কাম কৰে, আনহাতে পটাছিয়াম নাইট্ৰেটে জাৰক ৰূপে কাম কৰে।[1][2] বাৰুদৰ জ্বলনময়ী বৈশিষ্ট্য তথা জ্বলনৰ ফলত উৎপন্ন হোৱা তাপ আৰু গেছৰ পৰিমাণৰ বাবে ইয়াৰ ব্যাপক ব্যৱহাৰ আগ্নেয়াস্ত্ৰ, আৰ্টিলেৰি, ৰকেট তথা আতচবাজীত হয়; লগতে বিস্ফোৰক পদাৰ্থ হিচাপে খনন, কুৱেৰিং আৰু পথ নিৰ্মাণত ব্যৱহৃত হয়।

বাৰুদ নৱম শতিকাৰ চীনৰ 'চাৰটি মহান আৱিষ্কাৰ'-ৰ মাজৰ এটা ৰূপে বিবেচনা কৰা হয়। ১৩ শতিকাৰ শেষৰফাললৈ বাৰুদৰ ব্যৱহাৰ ইউৰেছিয়াৰ প্ৰায়ভাগ অংশতে বিয়পি পৰিছিল।[3] আৰম্ভণিতে তাওবাদীসকলে ঔষধীয় উদ্দেশ্যেৰে তৈয়াৰ কৰা বাৰুদক প্ৰথম বাৰৰ বাবে যুদ্ধত ব্যৱহাৰ কৰা হয় প্ৰায় ৯০৪ খ্ৰীষ্টাব্দত।[4]

তুলনামূলকভাবে মন্থৰ গেলি যোৱা হাৰ আৰু ফলস্বৰূপে কম ব্ৰিচেন্স ক্ষমতাৰ বাবে বাৰুদক এক নিম্মখাপৰ বিস্ফোৰক হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।

তথ্য সংগ্ৰহ

  1. Agrawal 2010, পৃষ্ঠা. 69.
  2. Cressy 2013.
  3. Buchanan 2006, পৃষ্ঠা. 2.
  4. Andrade 2016, পৃষ্ঠা. 31.