সমললৈ যাওক

বগৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
বৰ্ণাশুদ্ধি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
 
(3জন সদস্যই কৰা 5টা মধ্যৱৰ্তী সংশোধন দেখুওৱা হোৱা নাই)
1 নং শাৰী: 1 নং শাৰী:
{{stack begin}}
{{stack begin}}
{{taxobox
{{taxobox
|name = ''Ziziphus jujuba''
|name = বগৰী<br>''Ziziphus jujuba''
|image = ZiziphusJujubaVarSpinosa.jpg
|image = ZiziphusJujubaVarSpinosa.jpg
|image_caption = ''Ziziphus jujuba''
|image_caption = ''Ziziphus jujuba''
89 নং শাৰী: 89 নং শাৰী:
{{stack end}}
{{stack end}}


[[চিত্ৰ:Ziziphus_zizyphus_MHNT.BOT.2012.10.26.jpg|thumb|''Ziziphus zizyphus'' - MHNT]]
বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।
বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।


== বৰ্ণনা ==
== বৰ্ণনা ==
প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মসৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহিবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদ লগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্বয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে। ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।<ref name="rushforth">Rushforth, K. (1999). </ref>
[[চিত্ৰ:Zizyphus_jujuba_Blanco1.59.png|left|thumb|ফল পাতেৰে সৈতে বগৰী গছৰ ডাল। ]]
প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মশৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহিবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদ লগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্বয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে। ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।<ref name="rushforth">Rushforth, K. (1999). </ref>


== বিস্তৃতি ==
== বিস্তৃতি ==
বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিণপূৱ ইউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।<ref name="rushforth">Rushforth, K. (1999). </ref>
বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিণ-পূৱ ইউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।<ref name="rushforth">Rushforth, K. (1999). </ref>


== খেতি আৰু ব্যৱহাৰ ==
== খেতি আৰু ব্যৱহাৰ ==
[[চিত্ৰ:Ziziphus_jujuba.jpg|left|thumb|এজোপা বগৰী গছ]]
বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।<ref name="gupta54">Gupta, Anil K. "Origin of agriculture and domestication of plants and animals linked to early Holocene climate amelioration", ''Current Science'', Vol. 87, No. 1, 10 July 2004, 59. </ref>বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ। <span class="cx-segment" data-segmentid="708"></span>
বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।<ref name="gupta54">Gupta, Anil K. "Origin of agriculture and domestication of plants and animals linked to early Holocene climate amelioration", ''Current Science'', Vol. 87, No. 1, 10 July 2004, 59. </ref>বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ। <span class="cx-segment" data-segmentid="708"></span>


=== বেমাৰ আৰু অপকাৰী কীট ===
=== বেমাৰ আৰু অপকাৰী কীট ===
চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হ'লে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। <ref>Fruit Facts: [http://www.crfg.org/pubs/ff/jujube.html Jujube] {{Webarchive|url=https://web.archive.org/web/19961101124759/http://www.crfg.org/pubs/ff/jujube.html |date=1996-11-01 }}</ref>
[[চিত্ৰ:(Ziziphus_jujuba)_Foliage_at_Ammuguda_01.jpg|thumb|(Ziziphus jujuba) Foliage at Hyderabad, India]]

চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হলে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। <ref>Fruit Facts: [http://www.crfg.org/pubs/ff/jujube.html Jujube] {{Webarchive|url=https://web.archive.org/web/19961101124759/http://www.crfg.org/pubs/ff/jujube.html |date=1996-11-01 }}</ref>
{{Multiple image
| align = center | direction vertical| total_width=800
| image1 = বগৰীৰ ফুল আৰু কলি.jpg
| caption1 = বগৰীৰ ফুল আৰু কলি
| image2 = (Ziziphus_jujuba)_Foliage_at_Ammuguda_01.jpg
| caption2 = বগৰী, হায়দৰাবাদৰ
| image3 = Ziziphus_jujuba.jpg
| caption3 = বগৰীৰ পূৰ্ণাংগ গছ
| image4 = Zizyphus_jujuba_Blanco1.59.png
| caption4 = পাতেৰে সৈতে এটা বগৰীৰ ডাল
| image5 = Ziziphus_zizyphus_MHNT.BOT.2012.10.26.jpg
| caption5 = বগৰী
}}



== References ==
== References ==

17:43, 24 October 2024 অনুযায়ী বৰ্তমান সংস্কৰণ

বগৰী
Ziziphus jujuba
Ziziphus jujuba
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Rosales
পৰিয়াল: Rhamnaceae
গণ: Ziziphus
প্ৰজাতি: Z. jujuba
বৈজ্ঞানিক নাম
Ziziphus jujuba
Mill.
সমাৰ্থক[1]
  • Paliurus mairei H. Lèv.
  • Rhamnus jujuba L.
  • Rhamnus soporifera Lour.
  • Rhamnus zizyphus L.
  • Ziziphus jujuba (L.) Lam.
  • Ziziphus jujuba (L.) Gaertn.
  • Ziziphus mairei (H. Lèv.) Browicz & Lauener
  • Ziziphus nitida Roxb.
  • Ziziphus orthacantha DC.
  • Ziziphus poiretii G.Don nom. illeg.
  • Ziziphus rotundata DC.
  • Ziziphus sativa Gaertn.
  • Ziziphus soporifera (Lour.) Stokes
  • Ziziphus spinosa (Bunge) Hu ex F.H. Chen
  • Ziziphus tomentosa Poir.
  • Ziziphus trinervia Roth nom. illeg.
  • Ziziphus vulgaris var. inermis Bunge
  • Ziziphus vulgaris var. spinosa Bunge
  • Ziziphus zizyphus (L.) H.Karst.
  • Ziziphus zizyphus (L.) Meikle
  • Zizyphon jujubum St.-Lag.
Jujube, raw
Azufaifas fcm.jpg
Fresh jujube fruit
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 331 কিলোজুল (79 কিলোকেলৰি)
শৰ্কৰাসমূহ 20.23 g
চৰ্বী 0.2 g
প্ৰ’টিন 1.2 g
পানী 77.86 g
ভিটামিন এ সমতুল্য 40 μg (5%)
থায়েমিন (ভিটামিন বি) 0.02 mg (2%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.04 mg (3%)
নিয়াচিন (ভিটামিন বি) 0.9 mg (6%)
ভিটামিন বি 0.081 mg (6%)
ভিটামিন চি 69 mg (83%)
কেলচিয়াম 21 mg (2%)
লো 0.48 mg (4%)
মেগনেছিয়াম 10 mg (3%)
মেংগানিজ 0.084 mg (4%)
ফছফ’ৰাছ 23 mg (3%)
পটাছিয়াম 250 mg (5%)
ছডিয়াম 3 mg (0%)
জিংক 0.05 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ
Jujube, dried
Ziziphus jujuba MS 2461.JPG
Jujube fruit naturally turns red upon drying.
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 1,201 কিলোজুল (287 কিলোকেলৰি)
শৰ্কৰাসমূহ 73.6 g
চৰ্বী 1.1 g
প্ৰ’টিন 3.7 g
পানী 19.7 g
ভিটামিন এ সমতুল্য 0 μg (0%)
থায়েমিন (ভিটামিন বি) 0.21 mg (18%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.36 mg (30%)
নিয়াচিন (ভিটামিন বি) 0.5 mg (3%)
ভিটামিন বি 0 mg (0%)
ভিটামিন চি 13 mg (16%)
কেলচিয়াম 79 mg (8%)
লো 1.8 mg (14%)
মেগনেছিয়াম 37 mg (10%)
মেংগানিজ 0.305 mg (15%)
ফছফ’ৰাছ 100 mg (14%)
পটাছিয়াম 531 mg (11%)
ছডিয়াম 9 mg (1%)
জিংক 0.19 mg (2%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।

প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মসৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহিবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদ লগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্বয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে। ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।[2]

বিস্তৃতি

[সম্পাদনা কৰক]

বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিণ-পূৱ ইউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।[2]

খেতি আৰু ব্যৱহাৰ

[সম্পাদনা কৰক]

বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।[3]বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ। 

বেমাৰ আৰু অপকাৰী কীট

[সম্পাদনা কৰক]

চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হ'লে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। [4]

বগৰীৰ ফুল আৰু কলি
বগৰী, হায়দৰাবাদৰ
বগৰীৰ পূৰ্ণাংগ গছ
পাতেৰে সৈতে এটা বগৰীৰ ডাল
বগৰী


  1. "The Plant List: A Working List of All Plant Species". Archived from the original on 2023-04-17. https://web.archive.org/web/20230417101004/http://www.theplantlist.org/tpl/search?q=Ziziphus। আহৰণ কৰা হৈছে: 2015-08-17. 
  2. 2.0 2.1 Rushforth, K. (1999).
  3. Gupta, Anil K. "Origin of agriculture and domestication of plants and animals linked to early Holocene climate amelioration", Current Science, Vol. 87, No. 1, 10 July 2004, 59.
  4. Fruit Facts: Jujube Archived 1996-11-01 at the Wayback Machine